৫ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''৫ মে'''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ১২৫ তম ([[অধিবৰ্ষ]]ত ১২৬ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ২৪০ টা দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ইতিহাসৰ পাতত আজিৰ দিনটো…
 
==জন্ম ==
(1) সমাজসেৱক তথা সাহিত্যিক [[অমিয় কুমাৰ দাস]]ৰ জন্ম হয় ১৮৯৫ চনৰ আজিৰ দিনটোতে ৷
(7)# ১৮১৮ চনৰ আজিৰ দিনটোত জাৰ্মান অৰ্থনীতিবিদ, দাৰ্শনিক তথা সমাজবাদী আন্দোলনৰ অন্যতম হোতা [[কাৰ্লমাৰ্ক্স]]ৰ জন্ম হয় ৷
(1)# ১৮৯৫ চনৰ এই দিনটোতে সমাজসেৱক তথা সাহিত্যিক [[অমিয় কুমাৰ দাস]]ৰ জন্ম হয় ১৮৯৫ চনৰ আজিৰ দিনটোতে
(10)# ১৮৪৬ চনৰ আজিৰ দিনটোতে ১৮৪৬ চনত পোলেণ্ডৰ ঔপন্যাসিক [[হেনৰিক ছিনকিৱজ]]ৰ জন্ম হৈছিল ৷ তেওঁ ১৯০৫ চনত সাহিত্যৰ নোৱেলন’বেল বঁটা লাভ কৰে ৷
(3)# ১৯১৬ চনৰ আজিৰ দিনটোত জন্ম হৈছিল ভাৰতৰ প্রাক্তন ৰাষ্ট্রপতি [[জাইল সিঙ]]ৰ ৷ তেওঁ ১৯৮৭ চনৰ পৰা ২৫ জুলাইলৈকে ৰাষ্ট্রপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
 
==মৃত্যু==
(2)# ১৯৪৪ চনৰ আজিৰ দিনটোতে [[অসম সাহিত্য সভা]]ৰ সভাপতি [[মইদুল ইছলাম বৰা]]ই মৃত্যুক সাৱতি লয় ১৯৪৪ চনৰ আজিৰ দিনটোতে
(6)# ২০০৬ চনৰ আজিৰ দিনটোতে মৃত্যু হয় প্রসিদ্ধ সংগীত শিল্পী [[নৌছাদ]]ৰ ৷
 
==অনান্য==
(3) ১৯১৬ চনৰ আজিৰ দিনটোত জন্ম হৈছিল ভাৰতৰ প্রাক্তন ৰাষ্ট্রপতি [[জাইল সিঙ]]ৰ ৷ তেওঁ ১৯৮৭ চনৰ পৰা ২৫ জুলাইলৈকে ৰাষ্ট্রপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
(4) আজিৰ দিনটোতে# ১৯৫৫ চনত আজিৰ দিনটোতে সংসদত গৃহীত হয় হিন্দু বিবাহ বিচ্ছেদ বিধেয়ক ৷
(5)# ১৯৮৪ চনৰ আজিৰ দিনটোত [[ফু দৰ্জী]]য়ে [[এভাৰেষ্ট]] আৰোহণ ৷ তেওঁ আছিল অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট আৰোহণ কৰা প্রথম ভাৰতীয় ৷
(8)# ১৯২১ চনৰ আজিৰ দিনটোতে বিশ্বৰ ক্ষুদ্রতম সংবাদ-পত্র ‘ব্রাইনাৰ গেজেট’ প্রথম প্রকাশ হয় ১৯২১ চনৰ আজিৰ দিনটোতে ৷ উল্লেখযোগ্য যে সংবাদ পত্রখনৰ আকাৰ আছিল ১০X১৩ ছেঃমিঃ ৷
(9)# আজিৰ দিনটোতে আটলাণ্টিক এটি ক্ষুদ্র দ্বীপত [[নেপোলিয়ন বোনাপাৰ্ট]]ৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁ নিৰ্বাসিত অৱস্থাত আছিল ৷
(11)# ১৯১২ চনৰ আজিৰ দিনটো ষ্টকহোমত পঞ্চম অলিম্পিক ক্রীড়া আৰম্ভ হয় ৷
(12)# আজি [[নেদাৰলেণ্ড]]ৰ স্বাধীনতা দিৱস
 
(4) আজিৰ দিনটোতে ১৯৫৫ চনত সংসদত গৃহীত হয় হিন্দু বিবাহ বিচ্ছেদ বিধেয়ক ৷
 
== বাহ্যিক সংযোগ ==
(5) ১৯৮৪ চনৰ আজিৰ দিনটোত [[ফু দৰ্জী]]য়ে [[এভাৰেষ্ট]] আৰোহণ ৷ তেওঁ আছিল অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট আৰোহণ কৰা প্রথম ভাৰতীয় ৷
{{commons|Category:5 May}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/may/5 বিবিচি: এই দিনত]
----
{{Months}}
{{-}}
 
(6) ২০০৬ চনৰ আজিৰ দিনটোতে মৃত্যু হয় প্রসিদ্ধ সংগীত শিল্পী [[নৌছাদ]]ৰ ৷
 
(7) ১৮১৮ চনৰ আজিৰ দিনটোত জাৰ্মান অৰ্থনীতিবিদ, দাৰ্শনিক তথা সমাজবাদী আন্দোলনৰ অন্যতম হোতা [[কাৰ্লমাৰ্ক্স]]ৰ জন্ম হয় ৷
 
(8) বিশ্বৰ ক্ষুদ্রতম সংবাদ-পত্র ‘ব্রাইনাৰ গেজেট’ প্রথম প্রকাশ হয় ১৯২১ চনৰ আজিৰ দিনটোতে ৷ উল্লেখযোগ্য যে সংবাদ পত্রখনৰ আকাৰ আছিল ১০X১৩ ছেঃমিঃ ৷
 
(9) আজিৰ দিনটোতে আটলাণ্টিক এটি ক্ষুদ্র দ্বীপত [[নেপোলিয়ন বোনাপাৰ্ট]]ৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁ নিৰ্বাসিত অৱস্থাত আছিল ৷
 
(10) আজিৰ দিনটোতে ১৮৪৬ চনত পোলেণ্ডৰ ঔপন্যাসিক [[হেনৰিক ছিনকিৱজ]]ৰ জন্ম হৈছিল ৷ তেওঁ ১৯০৫ চনত সাহিত্যৰ নোৱেল বঁটা লাভ কৰে ৷
 
(11) ১৯১২ চনৰ আজিৰ দিনটো ষ্টকহোমত পঞ্চম অলিম্পিক ক্রীড়া আৰম্ভ হয় ৷
 
(12) আজি [[নেদাৰলেণ্ড]]ৰ স্বাধীনতা দিৱস
 
{{-}}
{{Months}}
[[শ্ৰেণী:বৰ্ষপঞ্জি]]
[[শ্ৰেণী:মে']]
"https://as.wikipedia.org/wiki/৫_মে%27"ৰ পৰা অনা হৈছে