No edit summary
9 নং শাৰী:
==চিকিৎসা বৈজ্ঞানিক তথ্য==
 
আপুনি আৰম্ভ কৰা [[চজিনা]] আৰু [[তিতা কেৰেলা]] প্ৰবন্ধ দুটাত ইহঁতৰ ঔষধি গুণবোৰৰ লগত উপযুক্ত তথ্যসূত্ৰ ব্যৱহাৰ কৰা উচিত। পৰম্পৰাগত বিস্বাসতবিশ্বাসত ধৰি লোৱা অনেক বস্তুৰ অনেক ঔষধি গুণ আধুনিক চিকিৎসা চিকিৎসা বিজ্ঞানমতে মানি লোৱা নহয়। যেনে [[আলো ভেৰা]]ৰ মানুহে বিস্বাসবিশ্বাস কৰা বহুত ঔষধি গুণ চিকিৎসা বিজ্ঞানে মিচা প্ৰমাণিত কৰিছে। [[সদস্য:Psneog|প্রভাকৰ শৰ্মা নেওগ]] ([[সদস্য বাৰ্তা:Psneog|talk]]) 01:53, 11 জুলাই 2014 (UTC)
 
উপদেশৰ বাবে দুয়োজনকে ধন্যবাদ দিলো, পৰৱৰ্ত্তী সময়ত উক্ত কথাবোৰ লক্ষ্য কৰিম । কিৰণ খনিকৰ, ১১ জুলাই, ২০১৪