শক্তিৰ সংৰক্ষণশীলতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:পদাৰ্থ বিজ্ঞান যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
15 নং শাৰী:
 
==ইতিহাস==
[[File:Gottfried Wilhelm Leibniz.jpg|thumb|150px|লেবনিজ]]
খৃষ্ট পূ: ৫৫০ মানত থেলাচে সংৰক্ষণশীলতাৰ থুলমুল ধাৰণা আগবঢ়োৱা দেখা পোৱা যায়, তেওঁৰ মতে প্ৰকৃতিত এনে এক পদাৰ্থ আছে যিহেৰে বাকী সকলো গঠিত, থেলাচে পানীকে এই পদাৰ্থ বিধ বুলি ধাৰণা কৰিছিল। এম্পেড’কলচে (৪৯০-৪৩০ খৃ: পূ:) মতে পৃথিৱী, জল, বায়ু, আকাশেই সকলো ব্ৰহ্মাণ্ডীয় বস্তুৰ মূল, এই কেইটা ধ্ৰুপডী পদাৰ্থৰ মিশ্ৰণ বা পৰিৱৰ্তনতেই ব্ৰহ্মাণ্ড গঠন হৈছে।<ref>{{cite journal|last=Janko|first=Richard|title=Empedocles, "On Nature"|journal=Zeitschrift für Papyrologie und Epigraphik|year=2004 |volume=150 |pages=1–26|url=http://ancphil.lsa.umich.edu/-/downloads/faculty/janko/empedocles-nature.pdf }}</ref>