৩ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''৩ আগষ্ট''' দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২১৫ ত...
 
No edit summary
13 নং শাৰী:
# ১৮৮৫ চনৰ আজিৰ দিনটোতে উমেশ চন্দ্ৰ বন্দোপাধায়ৰ সভাপতিত্বত মুম্বাইত [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ প্ৰথম অধিৱেশন আৰম্ভ হয় ।
# ১৯১৪ চনৰ আজিৰ দিনটোত [[প্ৰথম মহাসমৰ]]ত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে ।
# ১৯৬০ চনৰ আজিৰ দিনটোতে [[নাইজাৰ|নাইজাৰে]] স্বাধীনতা লাভ কৰে ।
# আজিৰ দিনটোতে [[এংগোলো]], [[মোজাম্বিক]] আৰু [[গিনি বিচাৱ|গিনি বিচাৱে]] স্বাধীনতা লাভ কৰে।
# ১৯৯৯ চনৰ আজিৰ দিনটোতে [[নৰ্মদা বচাও আন্দোলন]]ত সাহিত্যিক [[অৰুন্ধতী ৰয়|অৰুন্ধতী ৰয়ে]] অংশগ্ৰহণ কৰে।
# ২০০৪ চনৰ আজিৰ দিনটোত বানপানীৰ সংহাৰী ৰূপত [[অসম]]ৰ সহস্ৰাধিক গাঁও জলমগ্ন, শতাধিক জীৱ-জন্তুৰ মৃত্যু হয় ।
 
"https://as.wikipedia.org/wiki/৩_আগষ্ট"ৰ পৰা অনা হৈছে