২৪ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''২৪ জুলাই''' দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২০৫...
 
No edit summary
1 নং শাৰী:
'''২৪ জুলাই''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২০৫ তম ([[অধিবৰ্ষ]]ত ২০৬ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰএই পৰা মুঠ ১৬০ টা দিন বাকী থাকে। আজিৰএই দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==জন্ম==
# ১৮৯৭ চনৰ আজিৰএই দিনটোতে প্ৰখ্যাত মহিলা বৈমানিক আমেলি ইয়াৰহাৰ্টৰ [[আমেৰিকা]]ত জন্ম হয় । ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাচলাই [[আটলাণ্টিক মহাসাগৰ]] অতিক্ৰম কৰিছিল।
 
==মৃত্যু==
# ১৯৭৪ বৰ্ষৰ আদিৰ দিনটোতে পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী (১৯৩৫) নিউট্ৰণৰ আৱিষ্কাৰক [[জেমছ ছেডউইক]]ৰ মৃত্যু হয় ৷
# ১৯৮০ চনৰ আজিৰএই দিনটোতে বাংলা ছবিৰবোলছবিৰ খ্যাতিমান অভিনেতা [[উত্তম কুমাৰ চট্টোপাধ্যায়]]ৰ মৃত্যু হয় ।
 
==ইত্যাদি==
# ২০০৭ চনৰ আজিৰএই দিনটোতে ভাৰতবৰ্ষৰ দ্বাদশগৰাকী তথা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি [[প্ৰতিভা দেৱী সিং পাটিল]]-এ শপত গ্ৰহণ কৰে ।
# আজিৰএই দিনটোতে সাহিত্যিক [[মহাশ্বেতা দেৱী]]লৈ [[ৰমণ মেগছেছ বঁটা]] ঘোষণা কৰা হয়।
# ১৯৯৭ চনৰ আজিৰএই দিনটোতে প্ৰাক্তন প্ৰধান মন্ত্ৰী [[গুলজাৰিলাল নন্দ]] আৰু [[অৰুণা আছফ আলী]]লৈ (মৰণোত্তৰভাৱে ) [[ভাৰতৰত্ন]] সন্মান ঘোষণা কৰা হয়।
# ১৯৮৫ বৰ্ষৰ আজিৰএই দিনটোতে [[ৰাজীৱ গান্ধী]] আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাৱ চুক্তি স্বাক্ষৰিত হয় ৷
# ১৯৮৩ চনৰ আজিৰএই দিনটোতে প্ৰখ্যাত অভিনেতা [[মহাদেৱী বাৰ্মা]]লৈ [[জ্ঞানপীঠ বঁটা]] আগবঢ়োৱা হয় ৷
# আজি [[ইজিপ্ট]]ৰ ৰাষ্ট্ৰীয় দিৱস।
 
"https://as.wikipedia.org/wiki/২৪_জুলাই"ৰ পৰা অনা হৈছে