১ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Time stub}}
'''১ জুলাই''' ({{lang-en|1 July}}) [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ]]অনুসৰি বছৰৰ ১৮২ তম ([[অধিবৰ্ষ]]ত ১৮৩ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ১৮৩ টা দিন বাকী থাকে। এই দিনটো শেষ হ’লে অধিবৰ্ষৰ মধ্যম দিন হিচাপে গণ্য কৰা হয়। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
 
==জন্ম==
# ১৮৮২ চনৰ এই দিনটোত [[ভাৰত ৰত্ন]] সন্মানেৰে খ্যাত [[বিধান চন্দ্ৰ ৰয়|ড° বিধান চন্দ্ৰ ৰয়ৰ]] জন্ম হৈছিল আৰু ১৯৬২ চনৰ একে দিনত তেখেতৰ মৃত্যু হৈছিল। তেখেত [[পশ্চিম বংগ]]ৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পেচাত এগৰাকী চিকিত্সক হৈয়ো তেওঁ [[আইন অমান্য আন্দোলন]]ত অংশ গ্ৰহণ কৰিছিল।
# ১৯৩৮ চনৰ আজিৰ দিনটোতে বিখ্যাত ভাৰতীয় বাঁহীবাদক তথা সুৰকাৰ [[Hariprasad Chaurasia|হৰিপ্ৰসাদ চৌৰাচিয়া]]ৰ জন্ম হৈছিল।
# ১৯৫৪ চনৰ আজিৰ দিনটোতে এজন প্ৰসিদ্ধ অসমীয়া ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰবন্ধকাৰ [[ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী]]ৰ জন্ম হৈছিল। '[[প্ৰান্তিক]]'ৰ পাতত প্ৰকাশ পোৱা 'অনুৰাধাৰ দেশ' উপন্যাসৰ যোগেদি তেখেতে পাঠকৰ সমাদৰ লাভ কৰে।
 
==মৃত্যু==
==অনান্য==
# ১৯৬২ চনৰ এই তাৰিখত ভাৰতীয় স্বাধীনতা যুঁজাৰু, ৰাজনীতিক নেতা, তথা ৰাজৰ্ষি আৰু [[ভাৰত ৰত্ন]] সন্মানেৰে খ্যাত [[পুৰুষোত্তম দাস টেণ্ডন]]ৰ মৃত্যু হৈছিল (জন্ম: ১৮৮২)।
# ১৮৮২ চনৰ এই দিনটোত [[ভাৰত ৰত্ন]] সন্মানেৰে খ্যাত [[বিধান চন্দ্ৰ ৰয়|ড° বিধান চন্দ্ৰ ৰয়ৰ]] মৃত্যু হৈছিল।
 
==অনান্য==
# ১৯৮৩ চনৰ এই তাৰিখত বৰ্তমানৰ [[দৰং জিলা]] গঠন হৈছিল। দৰং জিলাৰ পৰা ১৯৮৩ চনত [[শোণিতপুৰ জিলা]] আৰু ২০০৪ চনত [[ওদালগুৰি জিলা]] পৃথক হৈছিল।
 
==দিৱস==
# এই দিনটো ভাৰতত [[National Doctors' Day|ৰাষ্ট্ৰীয় ডক্টৰ দিৱস]] হিচাপে উদযাপন কৰা হয়।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/১_জুলাই"ৰ পৰা অনা হৈছে