উদ্ভিদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''উদ্ভিদ'''বোৰ (Viridiplantae in Latin) হ'ল, '''জগৎ''' উদ্ভিদৰ অন্...
 
No edit summary
1 নং শাৰী:
{{Taxobox
| color = lightgreen
| name = উদ্ভিদ
| fossil_range = <br />প্ৰাৰম্ভিক কেম্ব্ৰিয়ানৰ পৰা অতিয়ালৈকে , কিন্তু [[#Fossils|আখৰ চাওক]], {{Fossil range|520|0}}
| image = Diversity of plants image.png
| image_width = 200px
| image_caption =
| unranked_regnum = Archaeplastida
|regnum = [[Plantae]]
| regnum_authority = হেকেল (Haeckel), 1866<ref>{{cite book | author = Haeckel G | year = 1866 | title = Generale Morphologie der Organismen | publisher = Verlag von Georg Reimer | location = Berlin | pages = vol.1: i–xxxii, 1–574, pls I–II; vol. 2: i–clx, 1–462, pls I–VIII}}</ref>
}}
 
'''উদ্ভিদ'''বোৰ (Viridiplantae in Latin) হ'ল, '''[[জগৎ (জীৱবিজ্ঞান)|জগৎ]]''' উদ্ভিদৰ অন্তৰ্গত কিছুমান বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ । সপুষ্পক উদ্ভিদ, নগ্নবীজী উদ্ভিদ, ঢেকীয়া, মছ, সেউজ শেলাই আদি উদ্ভিদ জগতৰ অন্তৰ্গত । [[ভেঁকুৰ]], আৰ্কিয়া আৰু [[বেক্টেৰিয়া]]ক উদ্ভিদ বুলি ধৰা নহয় ।
সেউজীয়া উদ্ভিদবোৰৰ ছেলুলজেৰে গঠিত কোষবেৰ থাকে আৰু ক্ল'ৰফিলৰ সহায়ত সালোক সংশ্লেষণৰ জৰিয়তে শক্তি আহৰণ কৰে । উদ্ভিদৰ পাতে সেউজীয়া ৰঙটো, সিহঁতৰ ক্লৰপ্লাষ্টত থকা '''ক্ল'ৰফিল এ''' আৰু '''ক্ল'ৰফিল বি'''ৰ পৰা পায় । কিছুমান উদ্ভিদে প্ৰয়োজনীয় ক্ল'ৰফিল উৎপাদন কৰিব নোৱাৰা বা সালোক সংশ্লেষণ কৰিবলৈ অপৰাগ হোৱাৰ বাবে পৰপোষী হৈ জীৱন নিৰ্বাহ কৰে । পৰিবৰ্তিত প্ৰজন্মসমুহত যদিও অযৌন প্ৰজনন দেখা যায়, যৌন প্ৰজনন উদ্ভিদৰ এটা সাধাৰণ বৈশিষ্ট ।
Line 84 ⟶ 96:
|
|}
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/উদ্ভিদ"ৰ পৰা অনা হৈছে