অধিজগৎ (জীৱ বিজ্ঞান): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{multiple image | image1=Caerulea3 crop.jpg | alt1=Australian green tree frog (Litoria caerulea) (Litoria caerulea) | image2=Staphylococcus aureus VISA 2.jpg |...
 
No edit summary
16 নং শাৰী:
}}
 
[[জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন]]ত '''অধিজগৎ''' বুলিলে, আমেৰিকান অনুজীৱবিদ আৰু জৈৱপদাৰ্থবিদ কাৰ্ল ৱেইছৰ '''ত্ৰি-সাম্ৰাজ্য পদ্ধতি'''ৰ সৰ্বোচ্চ বৰ্গীয় স্থানক বুজায় । ১৯৯০ চনত তেওঁ প্ৰকাশ কৰা তিনি অধিজগতৰ জীৱন বৃক্ষৰ মতে, তিনিখন অধিজগৎ হ'ল - আৰ্কিয়া, [[বেক্টেৰিয়া]] আৰু ইউকাৰিয়া (সংকোষকেন্দ্ৰীয়) ।<ref>{{Cite journal| author = Woese C, Kandler O, Wheelis M | title = Towards a natural system of organisms: proposal for the domains Archaea, Bacteria, and Eucarya. | url=http://www.pnas.org/cgi/reprint/87/12/4576 | accessdate=11 February 2010 | journal = Proc Natl Acad Sci USA | volume = 87 | issue = 12 | pages = 4576–9 | year = 1990 | pmid = 2112744 | doi = 10.1073/pnas.87.12.4576 | pmc=54159 | bibcode=1990PNAS...87.4576W}}</ref> ইয়াৰে প্ৰথম দুখন অধিজগতৰ সকলো সদস্য প্ৰকোষকেন্দ্ৰীয় অনুজীৱ বা কোষকেন্দ্ৰহীন এককোষী অনুজীৱ । সুনিৰ্দিষ্ট কোষকেন্দ্ৰ, কোষাবৰণথকা আৰু প্ৰায় সকলো বহুকোষী জীৱ সংকোষকেন্দ্ৰীয় অধিজগতৰ অন্তৰ্ভুক্ত ।
 
==বিকল্প শ্ৰেণীবিভাজন সমূহ==