Content deleted Content added
|
|
==যাতায়ত==
সোণাৰিৰ সৈতে [[নামৰূপ]], [[নাহৰকটীয়া]], [[তিনিচুকীয়া]], [[শিৱসাগৰ]], [[যোৰহাট]], [[মৰাণ (নগৰ)|মৰাণ]], [[ডিব্ৰুগড়]] আদি নগৰৰ সৈতে পোনপটীয়া বাছৰ সংযোগ আছে। সোণাৰিৰ পৰা আন এটা পথ অসম- নাগালেণ্ড সীমান্তৰ নামতোলালৈ গৈছে, যিটো পথে নাগালেণ্ডৰ মন জিলাক সংযোগ কৰিছে। ডিৱ্ৰুগড়- তিনিচুকীয়া- গুৱাহাটী প্ৰধান ৰেলপথ সোণাৰি নগৰৰ দক্ষিণ দিশেৰে পাৰ হৈ গৈছে। সমীপৱৰ্তী ভজো ৰেল ষ্টেচনলৈ দূৰত্ব ৪ কিঃ মিঃ। এই ষ্টেচনত মাত্ৰ ব্ৰহ্মপুত্ৰ মেইল, কামৰূপ এক্সপ্ৰেছ আৰু লিডু- গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলহে ৰয়। অন্যান্য দূৰণিবতীয়া ৰেলসমূহ শিমলুগুৰি ষ্টেচনত ৰয়, যলৈ সোণাৰি নগৰৰ পৰা দূৰত্ব ৩২ কিঃ মিঃ।
==অনুষ্ঠান-প্ৰতিষ্ঠান==
|