প্ৰজাতি (জীৱবিদ্যা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: File:Biological classification assamese.png|thumb|জীৱজগতৰ বৰ্গীকৰণ তালিকা, '''প্ৰজাতি,''' [[গণ (জ...
 
No edit summary
3 নং শাৰী:
 
সাদৃশ্যৰ ওপৰত ভিত্তি কৰি, একে পূৰ্বজৰ পৰা অহা জীৱবোৰক একেটা [[গণ (জীৱবিদ্যা)|গণ]]ৰ স্থান দিয়া হয় । দৈহিক গঠন, যদি সম্ভৱ জিনৰ অনুক্ৰম আদিৰ তুলনাৰ দ্বাৰা '''প্ৰজাতি''' এটা নিৰ্ধাৰণ কৰা হয় ।
সকলো প্ৰজাতিকে এটা দ্বৈৰাশিক নাম দিয়া হয়, তাৰে প্ৰথম অংশটোক '''গণবাচক নাম''' বোলে । প্ৰজাতিটো যিটো গণৰ অন্তৰ্ভুক্ত সেই গণৰ নামটোৱেই হ'ল গণবাচক নাম । দ্বিতীয় অংশটোক প্ৰজাতিগত নাম (কেৱল প্ৰানীবিজ্ঞানত ব্যৱহৃত) বা প্ৰজাতিগত উপাধি (epithet, উদ্ভিদবিজ্ঞান আৰু প্ৰানীবিজ্ঞানত ব্যৱহৃত) বোলে । উদাহৰণ স্বৰূপে [[Boa ''constrictor'']] হ'ল [[Boa]] গণৰ অন্তৰ্গত চাৰিটা প্ৰজাতিৰ ভিতৰৰে এটা প্ৰজাতিৰ নাম । জীৱবিজ্ঞানৰ তত্ব আৰম্ভ আৰু পৰীক্ষা কৰাৰ বাবে আৰু জৈৱবিচিত্ৰতা নিৰ্ধাৰণত প্ৰজাতি শব্দৰ ব্যৱহাৰ যোগ্য সংজ্ঞা আৰু প্ৰজাতি চিনাক্তকৰণৰ এটা নিৰ্ভৰযোগ্য পদ্ধতি অতি প্ৰয়োজনীয়,আনহাতে ব্যাপক পৰ্যায়ৰ অধ্যয়নৰ বাবে [[পৰিয়াল (জীৱবিদ্যা)|পৰিয়াল]]ৰ দৰে অন্য বৰ্গীয় স্থানবোৰ বিবেচনা কৰা হয় ।<ref name="SahneyBentonFerry2010LinksDiversityVertebrates">{{cite journal | author=Sahney, S., Benton, M.J. and Ferry, P.A. | year=2010 | title=Links between global taxonomic diversity, ecological diversity and the expansion of vertebrates on land | journal=Biology Letters | doi=10.1098/rsbl.2009.1024 | volume = 6 | pages = 544–547 | issue=4 | pmid=20106856 | pmc=2936204}}{{Open access}}</ref>সাধাৰণতে, জীৱাশ্মৰ পৰাহে জ্ঞাত বিলোপ্ত প্ৰজাতিৰ বৰ্গীকৰণ কৰাটো অতিশয় জটিল কাৰ্য, সেইবাবে জীৱাশ্ম ভিত্তিক অধ্যয়নত পৰিয়ালৰ দৰে উচ্চ বৰ্গীয় স্থান সমূহহে ব্যৱহাৰ কৰা হয় ।<ref name="SahneyBentonFerry2010LinksDiversityVertebrates"/><ref name="SahneyBenton2008RecoveryFromProfoundExtinction">{{cite journal | url=http://rspb.royalsocietypublishing.org/content/275/1636/759 | author=Sahney, S. and Benton, M.J. | year=2008 | title=Recovery from the most profound mass extinction of all time | journal=Proceedings of the Royal Society: Biological | doi=10.1098/rspb.2007.1370 | volume = 275 |format=PDF | pmid=18198148 | issue=1636 | pmc=2596898 | pages=759–65}}{{Open access}}</ref>
বেক্টেৰিয়া আৰু আৰ্কিয়াক বাদ দি পৃথিৱীত প্ৰায় ৮.৭ নিযুত প্ৰজাতি আছে ঠাৱৰ কৰা হৈছে,<ref name="plos">{{cite journal | author= Mora, C. et al. | title=How Many Species Are There on Earth and in the Ocean?|journal=[[PLoS Biology]]|date=August 23, 2011|doi=10.1371/journal.pbio.1001127 | editor1-last= Mace | editor1-first= Georgina M | last2= Tittensor | first2= Derek P. | last3= Adl | first3= Sina | last4= Simpson | first4= Alastair G. B. | last5= Worm | first5= Boris | volume= 9 | issue= 8 | pages= e1001127 | pmid=21886479 | pmc=3160336}}{{Open access}}</ref><ref name="Guardian">{{Cite news
| date =2011-08-23
22 নং শাৰী:
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:জীৱবিজ্ঞান]]