বৰ্গ (জীৱবিদ্যা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[File:Biological classification assamese.png|thumb|জীৱজগতৰ বৰ্গীকৰণ তালিকা, [[শ্ৰেণী (জীৱবিদ্যা)|শ্ৰেণী]]ৰ পাছতেই '''বৰ্গক''' ৰখা হৈছে ।]]
'''বৰ্গ''' (<small>[[ইংৰাজী]]: order, অৰ্ডৰ; লেটিন: ordo, অৰ্ড'</small>) [[জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন]] ত জীৱৰ বৰ্গীকৰণৰ এটা প্ৰধান গোট । জীৱৰ বৰ্গীকৰণত ক্ৰমে [[অধিজগৎ (জীৱ বিজ্ঞান)|অধিজগৎ]], [[জগৎ (জীৱবিজ্ঞান)|জগৎ]], [[পৰ্ব (জীৱবিদ্যা)|পৰ্ব]] আৰু [[শ্ৰেণী (জীৱবিদ্যা)|শ্ৰেণী]]ৰ পাছতেই '''বৰ্গক''' ৰখা হৈছে । এটা '''বৰ্গক''' কেইবাটাও সৰু সৰু [[পৰিয়াল (জীৱবিদ্যা)|পৰিয়াল]]ত ভাগ কৰা হৈছে । ইয়াৰ ওপৰিও [[শ্ৰেণী (জীৱবিদ্যা)|শ্ৰেণী]] আৰু '''বৰ্গ''', '''বৰ্গ''' আৰু [[পৰিয়াল (জীৱবিদ্যা)|পৰিয়াল]] বা যিকোনো দুটা ক্ৰমিক গোটৰ মাজত বহুটো '''উপগোট''' নাইবা '''অধিগোট''' আদি থাকে ।<ref name="ref77buhaj">[http://books.google.com/books?id=M8nt10bkovIC&pg=PA68 The Evolution and Extinction of the Dinosaurs], David E. Fastovsky, David B. Weishampel, pp. 68, Cambridge University Press, 2005, ISBN 978-0-521-81172-9, ''... Biological classification ... The categories that he established - now a memorized mantra - are (in order of decreasing size), kingdom, phylum, class, order family, genus, species ...''</ref>
 
==ইতিহাস==