ৰাজ্যসভা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
== ৰাজ্যসভা ==
[[Image:Rajyasabha.jpg|right]]
ৰাজ্যসভা হৈছে ভাৰতিয়ভাৰতীয় সংসদৰ উচ্চ সদন। ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে ২৫০ জন, ইয়াৰে ১২ জনক ৰাষ্ট্ৰপতিয়ে মনোনিত কৰে, বাকিসকলকবাকীসকলক ৰাজ্যবোৰৰ বিধানসভাৰ সদস্যসকলে নির্বাচিত কৰে। ৰাষ্ট্রপতিয়ে বিভিন্ন ক্ষেত্রত পাৰদর্শিতা দেখুওৱা ব্যক্তিক ৰাজ্যসভালৈ প্রধান মন্ত্রীৰ পৰামর্শ মতে মনোনীত কৰে । বাকী নির্বাচিত সদস্যসকলৰ যোগ্যতা হিচাপে তেওঁলোকৰ বয়স নুন্যতম ৩০ বছৰ হ’ব লাগিব আৰু ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক ।
ৰাজ্যসভাৰ এজন সদস্যৰ কার্যকাল ৬ বছৰ, প্ৰত্যেক ৬ বছৰৰ পিছত সদনৰ তিনিভাগৰ এভাগ সদস্যৰ ম্যাদ শেষ হয়, আৰৃ এই ধৰণে খালি হোৱা আসনসমুহ পুৰণ কৰাৰ বাবে নির্বাচন অনুস্থিত হয়। যিহেতু এবাৰত তিনিভাগৰ এভাগ সদস্যৰহে ম্যাদ শেষ হয়, সেইবাবে ৰাজ্যসভা কেতিয়ও ভঙ্গ্ নহয়।</br>
 
ভাৰতৰ উপ-ৰাস্ত্ৰপতিৰাষ্ট্রপতি হৈছে ৰাজ্যসভাৰ সভাপতি, সদস্যসকলৰ মাজৰ পৰা এজন উপ-সভাপতি নির্বাচিত কৰা হয়, তেওৰতেওঁৰ তত্বাবধানত সদনৰ দৈনন্দিন কাম্-কাজ চলে।
 
 
== ক্ষমতা আৰৃ দায়িত্ব ==
 
ৰাজ্যসভাৰ বেচিভাগ ক্ষমতা [[লোকসভা]]ৰ দ্বৰেই।দ্বৰেই । অৱশ্যে বিত্তিয়বিত্তীয় বিধেয়কৰ ক্ষেত্ৰত ৰাজ্যসভাৰ বিশেষ ক্ষমতা নাই।নাই । চৰকাৰৰ বিপক্ষে অনস্থা প্ৰস্তাব ৰাজ্যসভাত উত্থাপিত কৰিব নোৱাৰি।
"https://as.wikipedia.org/wiki/ৰাজ্যসভা"ৰ পৰা অনা হৈছে