ষ্টীভ জব্‌ছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 2 interwiki links, now provided by Wikidata on d:q19837 (translate me)
fixing dead links
25 নং শাৰী:
[[পিক্সাৰ এনিমেছন ষ্টুডিঅ']]ৰ (Pixar Animation Studio) মুখ্য-কাৰ্য্যকৰী বিষয়াৰ পদো এখেতে অলংকৃত কৰিছিল। ২০০৬ চনত এখেত [[ৱাল্ট ডিজনী কোম্পানী]]ৰ পৰিচালক মণ্ডলীৰ সভ্য হৈছিল। তেখেত '[[টয় ষ্ট'ৰী]]' (Toy Story, ১৯৯৫) নামৰ [[এনিমেছন]] ছবি খনৰ কাৰ্য্যকৰী প্ৰযোজক আছিল। <ref>[http://www.imdb.com/title/tt0114709/fullcredits IMDB, "Toy Story" Credits]</ref>
 
সত্তৰৰ দশকৰ শেষৰ ফালে ষ্টিভ জব্‌চে এপল কোম্পানীৰ সহ-প্ৰতিষ্ঠাতা ষ্টিজ ৱজনিয়াক (Steve Wozniak) আৰু মাইক মেৰকুলা (Mike Markkula)-ৰ <ref name="Markkula1997"/> সতে লগ-লাগি প্ৰথমটো ব্যৱসায়িক ভাৱে সফল [[ব্যক্তিগত কম্পিউটাৰ]] '[[এপল ২ ছিৰিজ]]'ৰ নিৰ্মান কৰে। ১৯৮০-ৰ দশকৰ প্ৰথম ভাগত জব্‌ছেই প্ৰথমে মাউছেৰে চলোৱা GUI সম্বলিত কম্পিউটাৰ চালনা ব্যৱস্থাৰ ব্যৱসায়িক সফলতাৰ সম্ভাৱনা অনুমান কৰে, আৰু সেই সম্ভাৱনাৰেই বজাৰলৈ উলিয়ায় [[মেকিণ্টোছ]] নামৰ কম্পিউটাৰ।<ref>{{cite news|url=http://www.wired.com/gadgets/mac/news/2004/01/61730|title=Wired News: We're All Mac Users Now|work=Wired News|accessdate=September 20, 2006|last=Kahney|first=Leander|date=January 6, 2004|archiveurl=https://archive.is/cjsy|archivedate=June 29, 2012}}</ref><ref>{{cite news|url=http://money.cnn.com/magazines/fortune/storysupplement/stevejobs/index.html|title=America's Most Admired Companies: Jobs' journey timeline|work=[[CNNMoney.com]] | accessdate=May 24, 2010}} Jobs and a team of engineers visit Xerox PARC, where they see a demo of mouse and graphical user interface</ref>
 
পৰিচালন মণ্ডলীৰে হোৱা মতান্তৰৰ ফলস্বৰূপে জব্‌চে ১৯৮৫ চনত 'এপল' কোম্পানীৰ পৰা অব্যাহতি লয়<ref name="DNA200905">{{cite web|url=http://www.dnaindia.com/money/report_what-steve-jobs-did-when-he-was-fired-from-apple_1254757|title=What Steve Jobs did when he was fired from Apple|work=[[DNA (newspaper)]]|author=Vivek Kaul|date=May 11, 2009}}</ref><ref name="commencement" /> আৰু [[NeXT]] নামে আন এটা কোম্পানীৰ পট্টন কৰে। এই কোম্পানীয়েও কম্পিউটাৰৰ পৰিচালন প্ৰণালী (computer platform) বিকাশৰ কাম কৰিছিল আৰু ঘাইকৈ ব্যৱসায়িক আৰু উচ্চ-শিক্ষাৰ কেন্দ্ৰৰ বাবে কাম কৰিছিল। ১৯৯৬ চনত 'এপল কোম্পানী'য়ে NeXT-ক কিনি লোৱাৰ পাছত জব্‌চ আকৌ 'এপল'-ৰ মাজলৈ আহে, আৰু ১৯৯৭ চনত তাৰে মুখ্য কাৰ্য্যবাহী বিষয়া (CEO) ৰ পদত অধিস্থিত হয়। ২০১১ চনলৈ তেখেতে এই পদত কাম কৰি যায়।