কেমেৰ'ণ দিয়াজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 66 interwiki links, now provided by Wikidata on d:q44380 (translate me)
fixing dead links
49 নং শাৰী:
'বিইং জন মালকোভিছ'(১৯৯৯) ছবিত অভিনয় কৰি তেওঁ সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ গোল্ডেন গ্লোব বঁটা ,ব্ৰিটিছ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন আৰ্ট বঁটা,স্ক্ৰীণ এক্টৰ্ছ গীল্ড এৱাৰ্ডছ আদিৰ বাবে মনোনয়ন লাভ কৰে।১৯৯৮ আৰু ২০০৮ৰ ভিতৰত তেওঁ 'থিংছ য়ু কেন টেল জাষ্ট বাই লুকিং এট হাৰ','ভেৰি বেদ থিংছ','এনি গিভেন চানদে','চাৰ্লিজ এঞ্জেলছ' আদি ছবিত অভিনয় কৰে।<ref name=tca/>
২০০১ চনত তেওঁ 'ভেনিলা স্কাই' ছবিত কৰা অভিনয়ৰ বাবে সহঃ অভিনেত্ৰীকৰ গোল্ডেন গ্লোব বঁটা,এচ.এ.জি. বঁটা,ক্ৰিটিকছ ছইছ বঁটা,আমেকৰিকান ফিল্ম ইনষ্টিটিউট বঁটা আদিৰ মনোনয়ন লাভ কৰে আৰু 'শ্ৰেক' ছবিত প্ৰিন্সেছ ফিয়োনাৰ চৰিত্ৰত কণ্ঠদান কৰে যাৰ বাবে তেওঁ দহ মিলিয়ন ডলাৰ উপাৰ্জন কৰে।<ref name=tca/>
২০০৩ত তেওঁ মাৰ্টিন স্কৰছেজৰ 'গেংগছ অৱ নিউয়ৰ্ক'(২০০২)ত কৰা অভিনয়ৰ বাবে গোল্ডেন গ্লোবৰ মনোনয়ন লাভ কৰে আৰু 'চালিজ এঞ্জেলছ:ফুল থ্ৰোটল'ত কৰা অভিনয়ৰ বাবে ২০ মিলিয়ন ডলাৰ লাভ কৰি এটা চৰিত্ৰৰ বাবে এই বুজন পৰিমাণৰ ধন লাভ কৰা তৃতীয়গৰাকী অভিনেত্ৰী হিচাপে পৰিগণিত হয়।ইয়াৰ পিছত তেওঁ 'ইন হাৰ চ্যুজ'(২০০৫ ),'দ্য হলিডে'(২০০৬) আদি ছবিত অভিনয় কৰে।'হোৱাট হেপেনছ ইন ভেগাচ' আৰু 'শ্ৰেক'ৰ ছিকুৱেল সমূহৰ বাবে এবছৰমানৰ ভিতৰত তেওঁ প্ৰায় ৫০ মিলিয়ন ডলাৰ উপাৰ্জন কৰে।.<ref name=Forbes>{{cite news |last=Rose |first=Lacy |title=Hollywood's Top-Earning Actresses |url=http://www.forbes.com/2008/08/07/diaz-knightly-aniston-biz-media-cx_lr_0811actresses.html |work=[[Forbes|Forbes Magazine]] |date=August 7, 2008 |accessdate=November 2, 2008}}</ref><ref>[http://www.hollyscoop.com/cameron-diaz/forbes-names-cameron-diaz-highest-paid-actress_16967.aspx "Top 5 list of Hollywood's highest paid actresses."] ''Hollyscoop.com'' 2008]</ref><ref>[http://web.archive.org/web/20080829162543/http://www.news.com.au/adelaidenow/story/0,22606,24069672-5006343,00.html "Only women to make it into top earners."] ''Adelaide Now''</ref> ২০০৯ত তেওঁ 'মাই চিষ্টাৰ্ছ কিপাৰ' আৰু 'দ্য বক্স' নামৰ ছবি দুখনত অভিনয় কৰে।
 
২০১০চনত ফ'ৰ্বছ আলোচনীয়ে তেওঁক সবাতোকৈ ধনী হিস্পানিক মহিলা তাৰকা আৰু লগতে ষাঠিতম ধনী ব্যক্তি হিচাপে আখ্যা দিয়ে।<ref>{{cite web|url=http://www.celestrellas.com/2010/07/07/richest-hispanic-celebrities-list-forbes/ |title=Richest Hispanic Celebrities According to Forbes |publisher=Celestrellas.com |date=July 7, 2010 |accessdate=February 22, 2011}}</ref><ref>{{cite news|url=http://www.forbes.com/lists/2010/53/celeb-100-10_Cameron-Diaz_9D3T.html |title=Cameron Diaz Forbes 100 Celebrity list |work=Forbes |accessdate=February 22, 2011 |date=June 28, 2010}}</ref> সেই বছৰতে তেওঁ 'শ্ৰেক ফৰেভাৰ আফটাৰ' ত ফিয়োনাৰ চৰিত্ৰত কণ্ঠ দিয়ে আৰু ভেনিলা স্কাইৰ সহঃ শিল্পী টম ক্ৰুজৰ লগত 'নাইট এণ্ড ডে'ত অভিনয় কৰে। ২০১১ত তেওঁ 'গ্ৰীণ হৰ্ণেট' ছবিত লেনৰ কেছৰ চৰিত্ৰত অভিনয় কৰে আৰু হাস্যমধুৰ ছবি 'বেড টীছাৰ'ত কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰে। CEOWORLD আলোচনীয়ে তেওঁক শীৰ্ষ মহিলা মনোৰঞ্জকৰ সূচীত অন্তৰ্ভুক্ত কৰে।<ref>{{Cite news | title=Accomplished Women Entertainers | url=http://ceoworld.biz/ceo/2011/05/18/ceoworld-richest-women-in-entertainment-world-list-accomplished-women-entertainers | newspaper=CEOWORLD magazine | date=May 18, 2011}}</ref>