অস্কাৰ বঁটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

fixing dead links
20 নং শাৰী:
 
==ইতিহাস==
 
[[File:FONTAINE-COOPER.jpg|thumb|[[Gary Cooper]] and [[Joan Fontaine]] holding their Oscars at the Academy Awards, 1942]]
১৯২৯ চনৰ ১৬ মে' তাৰিখে হ'লিঊড ৰ'জভেল্ট হোটেলত প্ৰথমবাৰৰ বাবে অস্কাৰ বঁটা প্ৰদান কৰা হৈছিল ৷ এই অনুষ্ঠানত প্ৰায় ২৭০ গৰাকী দৰ্শক উপস্থিত আছিল৷ ইয়াৰ পৰৱৰ্ত্তী অস্কাৰৰ বঁটা প্ৰদান অনুষ্ঠানটো মে'ফেয়াৰ হোটেল (Mayfair Hotel) ত অনুষ্ঠিত হয়৷<ref name="history">{{cite web|url=http://www.oscars.org/awards/academyawards/about/history.html|title=History of the Academy Awards|work=Academy of Motion Picture Arts and Sciences}}</ref> এই অনুষ্ঠানত দৰ্শকে এটা টিকেটৰ বিনিময়ত পাঁচ ডলাৰ দিছিল৷ ১৯২৭-১৯২৮ বৰ্ষত পাৰদৰ্শিতা দেখুওৱা বিভিন্নজনক মুঠতে ১৫ টা বঁটা প্ৰদান কৰা হৈছিল৷ এই অনুষ্ঠানটো পোন্ধৰ মিনিটৰ ভিতৰতে সমাপ্ত হৈছিল৷