চীন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{পোখালি}}
 
'''চীন''' (সৰল চীন ভাষাত:中国) পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ১৩০ কোটি জনসংখ্যাৰ অধিকাৰী চীন পৃথিবীৰ সবাতোকৈ জনবহুল আৰু আয়তনৰ দিশৰ পৰা এছিয়াৰ সৰ্ববৃহৎ ৰাষ্ট্ৰ। ইয়াৰ আয়তন প্ৰায় মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সমান। পৃথিৱীৰ ৩য় বৃহত্তম ৰাষ্ট্ৰ চীনৰ উত্তৰে আছে [[মঙ্গোলিয়া]]; উত্তৰ পূবে [[ৰাছিয়া]] আৰু উত্তৰে [[কোৰিয়া]]; পূবে চীন সাগৰ; দক্ষিণে [[ভিয়েটনাম]], [[লাওছ]], [[ম্যানমাৰ]], [[ভাৰত]], [[ভূটান]], [[নেপাল]]; দক্ষিণ পশ্চিম দিশে [[পাকিস্তান]]; পশ্চিমে [[আফগানিস্তান]], [[তাজিকিস্তান]], [[কিৰ্গিজিস্তান]] আৰু [[কাজাকিস্তান]]। এই ১৪খন দেশৰ উপৰিও চীনৰ পূবত পীত সাগৰৰ ওচৰত [[দক্ষিণ কোৰিয়া]] আৰু [[জাপান]] আছে; দক্ষিণ চীন সাগৰৰ বিপৰীত দিশত আছে [[ফিলিপাইন]]।
 
"https://as.wikipedia.org/wiki/চীন"ৰ পৰা অনা হৈছে