লৰ্ড ভ'লডেমৰ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:কাল্পনিক চৰিত্ৰ যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
fixing dead links
125 নং শাৰী:
===ব্যক্তিত্ব===
ৰাউলিঙে ভ’লডেমৰ্টক "শ শ বছৰৰ আটাইতকৈ নিৰ্দয়ী যাদুকৰ" হিচাপে বৰ্ণনা কৰিছে।<ref name="rehm">{{cite web |url=http://www.accio-quote.org/articles/1999/1299-wamu-rehm.htm |title=J.K. Rowling on The Diane Rehm Show |publisher=WAMU Radio Washington, D.C. |date=20 October 1999 |accessdate=15 August 2007}}</ref> তেওঁ ভ’লডেমৰ্টক " কোনো মানুহৰ দুখ দেখি আন মানুহৰ হৃদয়ত ওপজা বেথা অনুভৱ নকৰা এক মানসিকভাৱে অসুস্থ ব্যক্তি" বুলি কয় যাৰ জীৱনৰ একমাত্ৰ লক্ষ্য হ’ল মহা-শক্তিমান আৰু অমৰ হৈ পৰা। তেওঁ মানুহ বিশেষকৈ [[মাগোল]]সকলক হত্যা কৰি এক পৈশাচিক আনন্দ লাভ কৰে। তেওঁৰ কোনো বোধশক্তি নাই,কোনো অনুশোচনা নাই আৰু তেওঁ নিজৰ বাহিৰে কোনো মানুহকে মানুহবুলি গণ্য নকৰে।<ref name="EW2000">{{cite web |url=http://www.accio-quote.org/articles/2000/0900-ew-jensen.htm |author=Jeff Jensen |work=Entertainment Weekly |date=7 September 2000 |accessdate=20 April 2008 |title=Fire Storm}}</ref>
তেওঁ কোনো মানুহৰ বন্ধুত্বৰ প্ৰয়োজন অনুভৱ নকৰে আৰু প্ৰেম বা আকৰ্ষণৰ কোনো যুক্তি বিচাৰি নাপায়। তেওঁ নিজকে সৰ্বেসৰ্বা বুলি ভাৱে। ৰাউলিঙে কয় যে ভ’লডেমৰ্ট "সঁচাকৈয়ে শক্তিৰ বাবে খুবেই ভোকাতুৰ",<ref>{{Cite book |title=A Good Scare |url=http://www.time.com/time/pacific/magazine/20001030/potter.html |work=[[Times (magazine)|Time]] |date=30 October 2000 |accessdate=3 November 2008|archiveurl=http://web.archive.org/web/20001109051300/http://www.time.com/time/pacific/magazine/20001030/potter.html|archivedate=9 November 2000}}{{dead link|date=May 2012}}</ref> আৰু যদি তেওঁ নিজকে [[হেপাঁহ জিলিকা আইনা]]ত চালেহেতেন, "নিজকে অমৰ আৰু সৰ্বশক্তিমান হিচাপে দেখিলেহেতেন। সেয়াই তেওঁৰ একমাত্ৰ ইচ্ছা"।<ref>{{cite web |title=What Jo says about...Lord Voldemort, aka Tom Marvolo Riddle |url=http://www.accio-quote.org/themes/voldemort.htm |accessdate=3 November 2008}}</ref>