মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

The file Image:MKGandhi.jpg has been removed, as it has been deleted by commons:User:Denniss: ''Per commons:Commons:Deletion requests/File:MKGandhi.jpg''. ''Translate me!''
fixing dead links
214 নং শাৰী:
 
=== ব্ৰহ্মচৰ্য ===
গান্ধীৰ ১৬ বছৰ বয়সত তেওঁৰ দেউতাক ভীষণ অসুস্থ হৈ পৰে, আৰু অসুস্থ হোৱাৰ এই সময়ছোৱা গান্ধীয়ে দেউতাকৰ কাষত কটায়। এনিশা গান্ধীৰ খুড়াকে দেউতাকৰ ওচৰত থাকি গান্ধীক বিশ্ৰামৰ সুযোগ প্ৰদান কৰে। তেওঁ তেওঁৰ শোৱনিকোঠাত গৈ পত্নীৰ সৈতে প্ৰণয়ত লিপ্ত হয়। অলপ পাছতে এজন কৰ্মচাৰীয়ে গান্ধীক তেওঁৰ দেউতাকৰ মৃত্যুৰ সংবাদ জনায়। তেওঁ এই ঘটনাটোত দুগুণ লজ্জা পায় আৰু ইয়ে তেওঁক ১৬ বছৰ বয়সতে বিবাহিত হোৱা সত্বেও ব্ৰহ্মচাৰী হ'বলৈ বাধ্য কৰে।<ref>[http://web.archive.org/web/20000621103733/http://www.time.com/time/time100/poc/magazine/mohandas_gandhi12b.html Time magazine people of the century]</ref>
গান্ধীয়ে ব্ৰহ্মচৰ্যক ঈশ্বৰৰ সান্নিধ্য লাভ আৰু আত্মোপলব্ধিৰ পন্থা হিচাপে গ্ৰহণ কৰিছিল। গান্ধীৰ মতে ব্ৰহ্মচৰ্যৰ অৰ্থ "চিন্তা, বাক্য আৰু কৰ্মৰ নিয়ন্ত্ৰণ"।