পি ভি নৰসিংহ ৰাও: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
fixing dead links
64 নং শাৰী:
|nationality = [[India]]n
}}
'''পামুলাপাৰ্তি ভেংকট নৰসিংহ ৰাও''' ({{lang-en|Pamulaparti Venkata Narasimha Rao}}, তেলেগু: పాములపర్తి వేంకట నరసింహ రావు, ২৮ জুন ১৯২১ – ২৩ ডিচেম্বৰ ২০০৪), আইনজীৱি আৰু ৰাজনীতিবিদ, ১৯৯১-অৰ পৰা ১৯৯৬-লৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল।<ref name = "Former">[http://web.archive.org/web/20110511110825/http://pmindia.nic.in/former.htm Prime Ministers of India]. Indian PM's official website. Retrieved 2 March 2007.</ref> ৰাও চৰকাৰে ভাৰতৰ এক গুৰুত্বপূৰ্ণ অৰ্থনৈতীক শুধাৰৰ বাবে পদক্ষেপ লয়। একে সময়তে চৰকাৰখন ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ কেইবাটাও ঘটনাৰ সন্মুখীন হয়<ref name="Reforming">[http://news.bbc.co.uk/2/hi/south_asia/4120429.stm Narasimha Rao – a Reforming PM]. ''[[BBC News]]'' (23 December 2004). Retrieved 2 March 2007.</ref>। নিজৰ হাতত ব্যৱসায় আৰু উদ্যোগ দপ্তৰ ৰখা ৰাৱে ভাৰতৰ "লাইচেন্স ৰাজ"ৰো অৱসান ঘটায়।<ref name="DNAArticle">Arvind Kumar, Arun Narendhranath (3 October 2001). [http://www.dnaindia.com/analysis/column_india-must-embrace-unfettered-free-enterprise_1594401 India must embrace unfettered free enterprise]. ''[[Daily News and Analysis]]''.</ref>। তেওঁক কেতিয়াবা "ভাৰতৰ অৰ্থনৈতীক শুধাৰৰ জনক" বুলিও কোৱা হয়।<ref>[httphttps://archive.is/20120524134614/www.voanews.com/tibetan/archive/2004-12/a-2004-12-23-2-1.cfm PV Narasimha Rao Remembered as Father of Indian Economic Reforms]. ''[[VOA News]]'' (23 December 2004).</ref><ref name="Narasimha Rao was father of economic reform: Pranab">{{cite news|title=Narasimha Rao led India at crucial juncture, was father of economic reform: Pranab|accessdate=25 January 2013|url=http://articles.timesofindia.indiatimes.com/2012-12-31/india/36078990_1_economic-reforms-president-pranab-mukherjee-finance-minister|date= 31 December 2012}}</ref>।
 
পৰৱৰ্তী প্ৰধানমন্ত্ৰী [[অটল বিহাৰী বাজপেয়ী]] আৰু [[মনমোহন সিং|মনমোহন সিঙেও]] ৰাওৰ অৰ্থনৈতীক শুধাৰৰ পলিচীসমূহকে আগবঢ়াই নিয়ে। ৰাৱে [[ৰাজীব গান্ধী]]ৰ দিনৰ সমাজবাদী পলিচীসমূহ আঁতৰাই লাইচেন্স ৰাজ"ৰ অৱসানৰ গতি খৰতকীয়া কৰে। ১৯৯১ ত তেওঁ অৰ্থনৈতীক ভাবে প্ৰায় ভাগি পৰা ভাৰতৰ পৰিত্ৰাণৰ বাবে ইন্টাৰনেশ্যনেল মনিটেৰী ফাণ্ডৰ পলিচীসমূহৰ আধাৰত ভাৰতীয় দৃষ্টিভংগীৰ পৰা গ্ৰহণ কৰি দেশৰ এক ঐতিহাসিক অৰ্থনৈতীক শুধাৰৰ বাবে মনমোহন সিঙক বিত্তমন্ত্ৰী নিযুক্তি দিয়ে<ref name="DNAArticle"/>। এক সংখ্যালঘু চৰকাৰৰ নেতা হৈও অৰ্থনৈতিক আৰু ৰাজনৈতিক লেজিচলেশ্যনসমূহ সংসদত উথ্থাপন আৰু অনুমোদন কৰোৱাৰ ক্ষমতাৰ বাবে তেওঁক ''চাণক্য'' আখ্যা দিয়া হয়।<ref name="frontline">{{cite journal |url=http://www.hinduonnet.com/fline/fl2201/stories/20050114008013000.htm |archiveurl=http://web.archive.org/web/20100130013320/http://www.hinduonnet.com/fline/fl2201/stories/20050114008013000.htm |archivedate=2010-01-30 |title=Obituary: A scholar and a politician|author=V. Venkatesan |journal=Frontline |volume=22 |issue=1 |date=1–14 January 2005 |accessdate=30 March 2010}}</ref><ref>[http://www.tlca.com/adults/obit-pvn.html PV Narasimha Rao Passes Away]. Retrieved 7 October 2007. {{dead link|date=July 2012}}</ref>