তৰ্ক (তৰ্কশাস্ত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: যুক্তিসূত্ৰ আৰু দৰ্শণত যুক্তিবাণ এনে এক বাক্যবাণ যাৰ প্ৰয়ো...
 
শ্ৰেণী:দৰ্শন যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
3 নং শাৰী:
প্ৰত্যায়িত যুক্তিবাণেৰে সিদ্ধান্তৰ সত্যতা-সিদ্ধতা-প্ৰামানিকতা অনিবাৰ্যভাৱে নিগমন কৰিবলৈ চেষ্টা কৰা হয় কিয়নো এনে বাণত পতীয়ন নিয়াব পৰাকৈ এক বা একাধিক নিদিষ্ট নিৰ্মোহ যুক্তি পূৰ্ব-সংলগ্ন কৰা থাকে। অন্যহাতে আৱেশিত যুক্তিবাণত পৰ্যায়ক্ৰমে ভিন্ন যুক্তি-আৱেশিত কৰিহে সিদ্ধান্তত উপনীত হবলৈ বা আগমন কৰিবলৈ চেষ্টা কৰা হয়।
 
[[শ্ৰেণী:দৰ্শন]]