৩ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: '''৩ ছেপ্টেম্বৰ''' দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ...
(কোনো পাৰ্থক্য নাই)

09:17, 3 September 2014ৰ সংস্কৰণ

৩ ছেপ্টেম্বৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২৪৭ তম (অধিবৰ্ষত ২৪৮ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৯ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম

  1. ১৯০৫ চনৰ এই দিনটোতে বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জাতীয়তা বাদী নেতা কমলাপতি ত্ৰিপাঠীৰ জন্ম হয় ৷
  2. অৰ্জুণ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ৷

মৃত্যু

  1. অসমৰ আইনমন্ত্ৰী সুৰেন্দ্ৰ নাথ মেধিৰ মৃত্যু হয় ১৯৯৮ চনৰ এই দিনটোত ৷
  2. ১৯৯৯ চনৰ এই দিনটোতে ধীৰু ভূঞাৰ দেহাৱসান ঘটে ৷

অনান্য

  1. ১৭৮৩ চনৰ এই দিনটোতে পেৰিছত গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হয়৷ ইতিহাসত এই চুক্তিকে “পেৰিছ চুক্তি” নামেৰে জনা যায়৷
  2. ১৮৬৬ চনৰ এই দিনটোতে কাৰ্ল মাৰ্ক্সৰ নেতৃত্বত জেনেভাত আন্তৰ্জাতিক শ্ৰমজীৱী সংঘৰ প্ৰথম কংগ্ৰেছ অনুষ্ঠিত হয় ৷
  3. ১৯৩৬ চনৰ এই দিনটোতে ব্ৰুছেলত বিশ্ব শান্তি সন্মিলন আৰম্ভ হয় ৷
  4. ২০১১ চনৰ এই দিনটোতে সংযুক্ত মুক্তি বাহিনী, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল ৷


দিৱস

  1. আজি অভিৰুচি ক্ৰীড়া দিৱস ৷ অৰ্জুণ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ৷

বাহ্যিক সংযোগ