তেজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 133 interwiki links, now provided by Wikidata on d:q7873 (translate me)
fixing dead links
51 নং শাৰী:
[[File:Eosinophils in peripheral blood.jpg|thumb|right|150px|ইয়'ছিন'ফিল]]
 
এইবিধ শ্বেত ৰক্তকণিকাৰ কোষকেন্দ্ৰ দ্বিখণ্ডযু্ক্ত ৷ অম্লযুক্ত ৰঞ্জকেৰে ইয়'ছিন'ফিলৰ কোষৰ দানাবোৰ ৰঞ্জিত হয় ৷ শৰীৰত কোনো পৰজীৱিয়ে প্ৰৱেশ কৰি থিতাপি ললে ইয়'ছিন'ফিল অপৰ্যাপ্ত পৰিমাণে উৎপন্ন হয় আৰু পৰজীৱিয়ে উৎপন্ন কৰা কলাসমূহলৈ যায় ৷ পৰজীৱি বোৰ অন্তঃভক্ষণ কৰিবলৈ ডাঙৰ হোৱা বাবে ইয়'ছিন'ফিলবোৰে পৰজীৱিৰ গাত লাগি ধৰি কেতবোৰ দ্ৰব্য উৎপন্ন কৰি এৰি দিয়ে আৰু এই দ্ৰব্যবোৰেই পৰজীৱিক মৃত্যু ঘটায় ৷ ইয়'ছিন'ফিলৰ আৰু এটা বৈশিষ্ট্য যে কোনো কলাত যদি কোনো প্ৰকাৰৰ [[এলাৰ্জি]]ৰ বাবে বিক্ৰিয়া ঘটে তেন্তে সিহঁতে সেই ঠাইত জুম বান্ধেগৈ ৷ <ref>http://web.archive.org/web/20080720172415/http://www.apfed.org/downloads/What_is_an_Eosinophil.pdf</ref>
 
 
"https://as.wikipedia.org/wiki/তেজ"ৰ পৰা অনা হৈছে