"৪ ছেপ্টেম্বৰ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

29 বাইট বিলোপ কৰা হ’ল ,  6 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
(নতুন পৃষ্ঠা: (১) শিক্ষাবিদ, বিদূষী মহিলা ইন্দিৰা মিৰিৰ মৃত্যু হয় ২০০৪ আজ...)
 
(১)# শিক্ষাবিদ, বিদূষী মহিলা [[ইন্দিৰা মিৰি]]ৰ মৃত্যু হয় ২০০৪ আজিৰ দিনটোতে।
(২)# আজিৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা তথা স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা [[দাদা ভাই নৰজী]]ৰ জন্ম হয় ১৮২৫ চনত। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰে।
 
(৩)# [[হেনৰী ফলি নাইট]] অসমৰ ৰাজ্যপাল হয় ১৯৪৬ চনৰ আজিৰ দিনটোতে।
(২) আজিৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা তথা স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা [[দাদা ভাই নৰজী]]ৰ জন্ম হয় ১৮২৫ চনত। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰে।
(৪)# ২০০২ চনৰ আজিৰ দিনটোতে অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানী ড০ [[গোলোক চন্দ্ৰ গোস্বামী]]ক অসম সাহিত্য সভাৰ সন্মানীয় উপাধি সাহিত্যচাৰ্য উপাধি প্ৰদান কৰে।
 
(৫)# ১৮৮২ চনৰ আজিৰ দিনটোতে [[আমেৰিক]]ত ৰাজহুৱাকৈ বিজুলী বাতিৰ ব্যৱহাৰ আৰম্ভ হয়।
(৩) [[হেনৰী ফলি নাইট]] অসমৰ ৰাজ্যপাল হয় ১৯৪৬ চনৰ আজিৰ দিনটোতে।
(৬)# প্ৰসিদ্ধ বিপ্লৱী মুক্তিযুদ্ধা [[হো-ছি-মিন]]ৰ ৭৯ বছৰ বয়সত মৃত্যু হৈছিল ১৯৬৯ চনৰ আজিৰ দিনটোতে ৷
 
(৪) ২০০২ চনৰ আজিৰ দিনটোতে অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানী ড০ [[গোলোক চন্দ্ৰ গোস্বামী]]ক অসম সাহিত্য সভাৰ সন্মানীয় উপাধি সাহিত্যচাৰ্য উপাধি প্ৰদান কৰে।
 
(৫) ১৮৮২ চনৰ আজিৰ দিনটোতে [[আমেৰিক]]ত ৰাজহুৱাকৈ বিজুলী বাতিৰ ব্যৱহাৰ আৰম্ভ হয়।
 
(৬) প্ৰসিদ্ধ বিপ্লৱী মুক্তিযুদ্ধা [[হো-ছি-মিন]]ৰ ৭৯ বছৰ বয়সত মৃত্যু হৈছিল ১৯৬৯ চনৰ আজিৰ দিনটোতে ৷
7,108

টা সম্পাদনা