৮ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ==জন্ম== # প্ৰসিদ্ধ ফৰাচী কবি ফ্ৰেডেৰিক মিস্ত্ৰালৰ জন্ম হয় ১৮...
(কোনো পাৰ্থক্য নাই)

07:36, 9 September 2014ৰ সংস্কৰণ

জন্ম

  1. প্ৰসিদ্ধ ফৰাচী কবি ফ্ৰেডেৰিক মিস্ত্ৰালৰ জন্ম হয় ১৮৩০ চনৰ আজিৰ দিনটোতে । ১৯০৪ চনত তেওঁ সাহিত্যৰ নোবেল লাভ কৰিছিল ।
  2. বিশ্ববিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ আজিৰ দিনটোতে।
  3. ১৯৩৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ কণ্ঠশিল্পী আশা ভোছলেৰ জন্ম হয় ।
  4. ১৯৫০ চনৰ আজিৰ দিনটোতে জন্ম লাভ কৰিছিল যতীন্দ্ৰ কুমাৰ বৰগোহাঞিদেৱে ৷

মৃত্যু

  1. আজিৰ দিনটোতে সাংসদ তথা বিশষ্ট অৰ্থনীতিবিদ ফিৰোজ গান্ধীৰ মৃত্যু হয় । তেওঁ ইন্দিৰা গান্ধীৰ স্বামী আৰু ৰাজীৱ গান্ধীৰ পিতৃ আছিল ।

অনান্য

  1. ১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰতৰ পূব আৰু উত্তৰ সীমান্তত চীনে আক্ৰমণ চলায় ।
  2. ১৯৪৩ চনৰ আজিৰ দিনটোতে ইটালীয়ে নিচৰ্তভাৱে মিত্ৰশক্তিৰ ওচৰত আ্ত্মসমৰ্পণ কৰিছিল ।

দিৱস

  1. আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস।