৭ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ==জন্ম== # ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ জন্ম হয় ১৫৩৩ চনৰ আজি...
(কোনো পাৰ্থক্য নাই)

07:39, 9 September 2014ৰ সংস্কৰণ

জন্ম

  1. ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ জন্ম হয় ১৫৩৩ চনৰ আজিৰ দিনটোতে।
  2. "অন্ত্যজা" কবিতাৰে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন সোঁত বোৱাই অনা বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি, প্ৰাচ্যতত্ববিদ মহেশ্বৰ নেওগৰ আজি জন্মদিন (১৯১৫ চন) ৷
  3. ফৰাচী ঔপন্যাসিক, নাট্যকাৰ, অস্তিত্ববাদী দাৰ্শনিক আলবেয়াৰ কেমুৰ জন্ম হয় ১৯১৩ চনৰ আজিৰ দিনটোত।

মৃত্যু

  1. ১৯০৭ চনৰ আজিৰ দিনটোতে সাহিত্যত প্ৰথম নোবেল বঁটা বিজয়ী ছালী প্ৰুধ্যোমৰ মৃত্যু হয়।

অনান্য

  1. ১৯৫৬ চনৰ আজিৰ দিনটোতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হয়।
  2. আজিৰ দিনটোতে ১৯৮৮ চনত মিজোৰামত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়।
  3. ১৯৩১ চনৰ আজিৰ দিনটোতে লণ্ডনত ঘূৰণীয়া মেজমেল আৰম্ভ হয়। এই মেজেমলত যোগদান কৰে মহাত্মা গান্ধীয়ে।