১০ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ==জন্ম == # কবি, শিল্পী, সমালোচক, অধ্যাপক, নীলমণি ফুকন (কনিষ্ঠ)ৰ জ...
(কোনো পাৰ্থক্য নাই)

10:04, 10 September 2014ৰ সংস্কৰণ

জন্ম

  1. কবি, শিল্পী, সমালোচক, অধ্যাপক, নীলমণি ফুকন (কনিষ্ঠ)ৰ জন্ম হৈছিল ১৯৩৩ চনৰ আজিৰ দিনটোতে ৷
  2. সাহিত্যিক সত্যেন্দ্ৰ নাথ শৰ্মাৰ জন্ম দিন হয় ১৯১৭ চনৰ আজিৰ দিনটোতে ।
  3. ১৮৭২ চনৰ আজিৰ দিনটোতে ৰঞ্জী ট্ৰফীৰ বাবে বিখ্যাত ৰঞ্জিত সিংজীৰ জন্ম হয় ।
  4. ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা গোৱিন্দ বল্লভ পন্তৰ জন্ম হয় ১৮৮৭ চনৰ আজিৰ দিনটোতে ।
  5. প্ৰখ্যাত মাৰ্কিন বিজ্ঞানী আৰ্থাৰ হেলি কম্পটনৰ জন্ম হয় আজিৰ দিনটোতে। ১৯২৭ চনত তেওঁ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

মৃত্যু

  1. বাংলা শিশু সাহিত্যৰ যশস্বী লেখক সুকুমাৰ ৰায়ৰ মৃত্যু হয় ১৯২৩ চনৰ আজিৰ দিনটোতে ।

অনান্য

  1. চিলাই মেচিনৰ ব্যৱসায়িক উৎপাদনৰ বাবে ‘‘এলিয়াছ হ’ৰ’’এ অনুমতি লাভ কৰিছিল ১৮৪৬ চনৰ আজিৰ দিনটোতে ৷

দিৱস

  1. আজি বিশ্ব আত্মহত্যা প্রতিৰোধ দিৱস ।