বিনোৱা ভাৱে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Robot: Removing hi,ml,mr,te,kn,ta,pnb (strongly connected to as:পাণ্ডুৰাংগ বমন কানে)
বানান
28 নং শাৰী:
|footnotes =
}}
'''আচাৰ্যবিনায়ক নৰহৰি "বিনোৱা" ভাবে''' (''{{lang-en|Archarya BinodaVinoba BhabeBhave}}'') (১৮৯৫-১৯৮২) ভাৰতৰ এজন স্বাধীনতা সংগ্ৰামী, আৰু অহিংসা আৰু মানৱ অধিকাৰ কৰ্মী আছিল। [[ভূদান আন্দোলন]]ৰ বাবে জনাজাত ভাবেক ''আচাৰ্য'' বুলি মতা হৈছিল। [[মহাত্মা গান্ধী]]ৰ প্ৰধান শিষ্য আছিল। তেওঁৰভাবেৰ প্ৰতি শ্ৰদ্ধা জনাই [[ভাৰত]] চৰকাৰে তেওঁক ১৯৮৩ চনত ভাৰতৰ সৰ্ব্বোচ্চ সন্মনসন্মান [[ভাৰত-ৰত্ন]] প্ৰদান কৰিছিল। তেওঁ এগৰাকী সক্ৰিয় স্বাধীনতা সংগ্ৰামী আছিল।<ref name="আচাৰ্য বিনোৱা ভাবে">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=৭৪,৭৫}}</ref>
 
==জন্ম আৰু পৰিয়াল==
বিনোৱা ভাবেৰ জন্ম হয় ১৮৯৫ চনত [[মহাৰষ্ট্ৰ]]ৰ '''কোলাৰ'''ৰ গেগড গাঁৱৰ এটি ব্ৰাহ্মণ পৰিয়ালত। তেওঁচ প্ৰকৃত্ব নাম আছিল- '''বিনাৰকবিনায়ক নৰহৰ ভাবে'''। তেওঁৰ পিতৃৰ নাম হৈছে '''নৰহৰ সম্ভুৰাও ভাবে''' আৰু মাতৃ আছিল '''ৰুক্মিণী দেৱী'''।<ref name="আচাৰ্য বিনোৱা ভাবে"/>
 
==শিক্ষা জীৱন==