১১ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ==জন্ম == # ১৮৮৫ চনৰ আজিৰ দিনটোতে ঔপন্যাসিক, কবি গল্পকাৰ ডি এইচ ল...
 
লিংক
1 নং শাৰী:
==জন্ম ==
# ১৮৮৫ চনৰ আজিৰ দিনটোতে ঔপন্যাসিক, কবি গল্পকাৰ [[ডি এইচ লৰেন্স]]ৰ ইংলেণ্ডত জন্ম হয়।
# ১৮৯৫ চনৰ আজিৰ দিনটোতে [[মহাত্মা গান্ধীৰগান্ধী]]ৰ প্ৰধান শিষ্য ভাৰতৰত্ন আচাৰ্য ‘‘[[আচাৰ্য বিনোৱা ভাবেভাৱে]]’’ৰ জন্ম হৈছিল৷
 
==মৃত্যু ==
# ১৯৩৩ চনৰ আজিৰ দিনটোতে ইংৰাজ মিছনেৰী, বিশিষ্ট সমাজ সেৱিকা সংস্কাৰক [[এনি বেছান্ত]]ৰ মৃত্যু হয়।
# ১৯৪৮ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ[[পাকিস্তান]]ৰ জন্মদাতা [[মহম্মদ আলী জিন্না]]ৰ মৃত্যু হয়৷
 
==অনান্য==
# ১৩৮৯ চনৰ আজি দিনটোতে [[স্বামী বিবেকানন্দইবিবেকানন্দ]]ই চিকাগোৰ ধৰ্ম মহাসন্মিলনত ভাষণ প্ৰদান কৰি আমেৰিকাবাসীক আপ্লুত কৰিছিল ।
# ১৯৭৮ চনত [[ইৰাণ]]ত হোৱা বিধ্বংসী ভূঁইকঁপৰ ফলত চৰকাৰী তথ্যমতে ১১,০০০ লোকৰ মৃত্যু হৈছিল আজিৰ দিনটোতে ৷
# ২০০১ চনৰ আজিৰ দিনটোতে সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত [[নিউয়ৰ্ক]]ৰ ১১০ মহলীয়া ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দুটাকৈ যুগ্ম টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হয় ।