গণ (জীৱবিদ্যা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[File:Biological classification assamese.png|thumb|জীৱজগতৰ বৰ্গীকৰণ তালিকা; '''গণ''', '''পৰিয়াল''' আৰু '''প্ৰজাতি'''ৰ মাজত অৱস্থান কৰে ।]]
'''গণ'''( '''genus''' {{IPAc-en|ˈ|dʒ|iː|n|ə|s}} plural: '''genera''') হৈছে, [[জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন]]ত [[পৰিয়াল (জীৱবিদ্যা)|পৰিয়াল]]ৰ তলত আৰু [[প্ৰজাতি (জীৱবিদ্যা)|প্ৰজাতি]]ৰ ওপৰত অৱস্থান কৰা এক বিশেষ বৰ্গীয় স্থান । জীৱৰ দ্বৈৰাশিক নামাকৰণত, প্ৰতিটো প্ৰজাতিৰ বৈজ্ঞানিক নামটোৰ প্ৰথম পদটো প্ৰজাতিটোৰ '''গণ'''ৰ নামটোৱেই পূৰণ কৰে; যেনে - [https://en.wikipedia.org/wiki/Pongo_pygmaeus Pongo ''pygmaeus''] আৰু [https://en.wikipedia.org/wiki/Pongo_abelii Pongo ''abelii''] হ'ল, [[::en:PongoOrangutan|Pongo]] (ওৰাংওটাং) নামৰ '''গণ'''টোৰ অন্তৰ্গত দুটা প্ৰজাতি ।
 
==ইতিহাস==