প্ৰটিষ্টা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
No edit summary |
||
1 নং শাৰী:
{{Taxobox
| color = pink
Line 30 ⟶ 29:
<center><br>Many others;<br>classification varies</center></div>
}}
কিছুমান জৈৱবৈজ্ঞানিক শ্ৰেণীবিভাজন পদ্ধতি অনুহৰি '''প্ৰটিষ্ট'''বোৰ {{IPAc-en|ˈ|p|r|oʊ|t|ɨ|s|t}} হ'ল সংকোষকেন্দ্ৰীয় অনুজীৱৰ বৃহৎ গোট, যিবিলাক প্ৰটিষ্টা নামৰ [[জগৎ (জীৱবিজ্ঞান)|জগত]]ৰ অন্তৰ্গত । আধুনিক বৰ্গীকৰণৰ পৰা এই জগৎ খন আঁতৰোৱাৰ চেষ্টা কৰা হৈছে যদিও এতিয়াও ই বহুলভাৱে প্ৰচলিত হৈ আছে ।<ref>{{cite pmid|14601411}}</ref><ref>{{cite doi|10.1371/journal.pone.0080618}}</ref><ref>{{cite doi|10.1371/journal.pone.0077044}}</ref>আধুনিক বৰ্গীকৰণত
'''প্ৰটিষ্টা''' পদটো প্ৰথম আৰ্নষ্ট হেকেলে ১৮৬৬ চনত ব্যৱহাৰ কৰিছিল । পৰম্পৰাগতভাৱে প্ৰটিষ্টবোৰক উচ্চ জগতৰ সাদৃশ্যৰ ওপৰত ভিত্তি কৰি কেইবাটাও গোটত ভাগ কৰা হৈছে: এককোষী প্ৰাণী সদৃশ "প্ৰ'ট'য'ৱা, উদ্ভিদ সদৃশ "প্ৰ'ট'ফাইটা, ( বেছিভাগ এককোষী শেলাই ), আৰু ভেকুঁৰ সদৃশ স্লাইম মল্ড (slime mold) আৰু ৱাটাৰ মল্ড (water mold) । এই চুপাৰফিচিয়েল কমনেলিটিজৰ (superficial commonalities) ওপৰত ভিত্তি কৰি গঠন কৰা পৰম্পৰাগত উপবিভাগবোৰৰ বেছিভাগেই , ফাইল'জেনেটিক ( জীৱৰ মাজৰ বিৱৰ্তনিক সম্পৰ্ক )ৰ ওপৰত ভিত্তি কৰি কৰা শ্ৰেণীবিভাজনেৰে প্ৰতিস্থাপন কৰা হৈছিল ।বহুতো প্ৰটিষ্টাৰ গঠন আৰু পৰিস্থিতি বৰ্ণনা কৰিবলৈ এতিয়াও পুৰনা পদবোৰ অনানুষ্ঠানিক নাম হিচাপে ব্যৱহাৰ কৰা হয় ।
|