চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q5113 (translate me)
122 নং শাৰী:
[[File:BirdBeaksA.svg|thumb|upright|right|alt= Illustration of the heads of 16 types of birds with different shapes and sizes of beak|খাদ্য আহৰণৰ পদ্ধতিৰ ভিত্তিত চৰাইৰ ঠোঁটৰ অভিযোজন হয়]]
 
চৰায়ে বিভিন্ন খাদ্য খায় ৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য খাদ্যসমূহ হ'ল, ফুলৰ ৰস ([[:en: nectar (plant)|nectar]]), ফল-মূল (fruit),উদ্ভিদ (plant), গছৰ গুটি (seeds) আৰু অন্য প্ৰজাতিৰ চৰাইকে ধৰি বিভিন্ন সৰু সৰু জীৱ-জন্তু৷ <ref name = "Gill"/> চৰাইৰ দাঁত নাই বাবে ইয়াৰ পাচকতন্ত্ৰ গিলি থোৱা খাদ্যৰ পাচন ঘটৌৱাত বিশেষভাৱে অভিযোজিত৷
 
যিবোৰ চৰায়ে খাদ্য আহৰণৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰে আৰু বহুতো প্ৰকাৰৰ খাদ্য গ্ৰহণ কৰে সেইবোৰক [[:en: Generalist|generalist]] বুলি কোৱা হয় ৷ অন্যহাতে বাকী কিছূমান চৰায়ে বিশেষ কিছুমান খাদ্যহে খায় আৰু এটা প্ৰক্ৰিয়াৰেই সেই খাদ্য আহৰণ কৰে , তেনে চৰাইক [[:en:Specialist|specialist]] বুলি আখ্যা দিয়া হয় ৷ <ref name = "Gill"/> খোৱাৰ প্ৰক্ৰিয়াও প্ৰজাতিভেদে বেলেগ বেলেগ হয়৷ কিছুমান চৰায়ে অলপ অলপকৈ ([[:en:Glean|glean]]) পোকপতংগ, অমেৰুদণ্ডী প্ৰাণী, ফল-মূল বা গুটি আদি সংগ্ৰহ কৰে৷ কিছুমানে পোক-পতংগক আকস্মিকভাৱে আক্ৰমণ কৰে৷ ফুলৰ ৰস চুহি খোৱা চৰাই যেনে হামিংবাৰ্ড ([[:en:Hummingbird|hummingbird]]), মৌ-পিয়া ([[:en: Sunbird|sunbird]]) ইত্যাদিৰ ঠোঁট আৰু জিভা চুহিবৰ বাবে বিশেষভাৱে অভিযোজিত হয়৷ <ref>{{Cite journal|last=Paton |first=D. C. |date=1 April 1989|title=Bills and tongues of nectar-feeding birds: A review of morphology, function, and performance, with intercontinental comparisons |journal=Australian Journal of Ecology |volume=14 |issue=4 |pages=473–506 |doi=10.1111/j.1442-9993.1989.tb01457.x |issn=00129615 |first2=B. G. |last2=Collins }}</ref> কিৱি ([[Kiwi]]) আৰু সাগৰীয় চৰাই সমূহৰ দীঘল ঠোঁট অমেৰুদণ্ডী প্ৰাণী চিকাৰ কৰাৰ উদেশ্যে ব্যৱহৃত হয়৷ <ref name = "Gill"/><ref>{{Cite journal|last=Baker |first=Myron Charles |date=1 April 1973|title=Niche Relationships Among Six Species of Shorebirds on Their Wintering and Breeding Ranges |journal=Ecological Monographs |volume=43 |issue=2 |pages=193–212 |doi=10.2307/1942194 |issn=00129615 |first2=. |last2=Baker |jstor=1942194}}</ref>৷
"https://as.wikipedia.org/wiki/চৰাই"ৰ পৰা অনা হৈছে