প্ৰটিষ্টা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
29 নং শাৰী:
<center><br>Many others;<br>classification varies</center></div>
}}
কিছুমান জৈৱবৈজ্ঞানিক[[জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন]] পদ্ধতি অনুসৰি '''প্ৰটিষ্ট'''বোৰ {{IPAc-en|ˈ|p|r|oʊ|t|ɨ|s|t}} হ'ল সংকোষকেন্দ্ৰীয় অনুজীৱৰ বৃহৎ গোট, যিবিলাক প্ৰটিষ্টা নামৰ [[জগৎ (জীৱবিজ্ঞান)|জগত]]ৰ অন্তৰ্গত । আধুনিক বৰ্গীকৰণৰ পৰা এই জগৎ খন আঁতৰোৱাৰ চেষ্টা কৰা হৈছে যদিও এতিয়াও ই বহুলভাৱে প্ৰচলিত হৈ আছে ।<ref>{{cite pmid|14601411}}</ref><ref>{{cite doi|10.1371/journal.pone.0080618}}</ref><ref>{{cite doi|10.1371/journal.pone.0077044}}</ref>আধুনিক বৰ্গীকৰণত ভিন্ন আৰু দুৰ সমন্ধীয় [[পৰ্ব (জীৱবিদ্যা)|পৰ্ব]] হিচাপে এই গোটটো পুনঃ পৰিভাষিত কৰিবলৈ আনবিক তথ্য ব্যৱহাৰ কৰা হয় । বৰ্তমান '''প্ৰটিষ্টা'''ক, বিবৰ্তনিক ভাৱে ওচৰ সমন্ধীয় নোহোৱা, ভিন্ন জীৱন চক্ৰ, পোষণৰ স্তৰ, চলনৰ প্ৰকাৰ আৰু কোষীয় গঠনৰ '''অসম পৰ্ব''' (diverse phyla) হিচাপে বিবেচনা কৰা হয় ।<ref name=Simonite2005>{{cite journal |author=Simonite T |title=Protists push animals aside in rule revamp |journal=Nature |volume=438 |issue=7064 |pages=8–9 |date=November 2005 |pmid=16267517 |doi=10.1038/438008b |url=}}</ref><ref name="isbn1-4051-4157-3">{{cite book |author=Harper, David; Benton, Michael |title=Introduction to Paleobiology and the Fossil Record |publisher=Wiley-Blackwell |location= |year=2009 |page=207 |isbn=1-4051-4157-3 |oclc= |doi= |accessdate=}}</ref>'''প্ৰটিষ্টাপ্ৰটিষ্ট'''বোৰ এককোষী বা বিশেষ কলাহীন বহুকোষী, আৰু এই সৰল কোষীয় সংঘই '''প্ৰটিষ্টাপ্ৰটিষ্ট'''বোৰক [[ভেঁকুৰ]], [[প্ৰাণী]] আৰু [[উদ্ভিদ]]ৰ দৰে অন্য সংকষকেন্দ্ৰীয় জীৱবোৰৰ পৰা পৃথক কৰিছে ।
 
'''প্ৰটিষ্টা''' পদটো প্ৰথম আৰ্নষ্ট হেকেলে ১৮৬৬ চনত ব্যৱহাৰ কৰিছিল । পৰম্পৰাগতভাৱে প্ৰটিষ্টবোৰক উচ্চ জগতৰ সাদৃশ্যৰ ওপৰত ভিত্তি কৰি কেইবাটাও গোটত ভাগ কৰা হৈছে: এককোষী প্ৰাণী সদৃশ "প্ৰ'ট'য'ৱা, উদ্ভিদ সদৃশ "প্ৰ'ট'ফাইটা, ( বেছিভাগ এককোষী শেলাই ), আৰু ভেকুঁৰ সদৃশ স্লাইম মল্ড (slime mold) আৰু ৱাটাৰ মল্ড (water mold) । এই চুপাৰফিচিয়েল কমনেলিটিজৰ (superficial commonalities) ওপৰত ভিত্তি কৰি গঠন কৰা পৰম্পৰাগত উপবিভাগবোৰৰ বেছিভাগেই , ফাইল'জেনেটিক ( জীৱৰ মাজৰ বিৱৰ্তনিক সম্পৰ্ক )ৰ ওপৰত ভিত্তি কৰি কৰা শ্ৰেণীবিভাজনেৰে প্ৰতিস্থাপন কৰা হৈছিল ।বহুতো প্ৰটিষ্টাৰপ্ৰটিষ্টৰ গঠন আৰু পৰিস্থিতি বৰ্ণনা কৰিবলৈ এতিয়াও পুৰনা পদবোৰ অনানুষ্ঠানিক নাম হিচাপে ব্যৱহাৰ কৰা হয় ।
 
পানী থকা সকলো পৰিৱেশতে প্ৰটিষ্টাবোৰপ্ৰটিষ্টবোৰ জীয়াই থাকিব পাৰে । শেলাইৰ দৰে বহুটো প্ৰটিষ্টাপ্ৰটিষ্টে, সালোক সংশ্লেষন কৰে আৰু পৰিৱেশ তন্ত্ৰৰ বিশেষকৈ সাগৰত প্লাংটনৰ (plankton) এটা অংশৰ দৰে প্ৰাথমিক উৎপাদক। প্ৰটিষ্টাৰ বহু [[প্ৰজাতি (জীৱবিদ্যা)|প্ৰজাতি]] বিভিন্ন ৰোগৰ কাৰক বুলি চিনাক্ত কৰা হৈছে । যেনে - [[মেলেৰিয়া]] সৃষ্টিকাৰি এপিকমপ্লেক্সান প্লাছম'ডিয়াম ([[::en:apicomplexan|apicomplexan]] [[::en:Plasmodium|''Plasmodium'']])।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/প্ৰটিষ্টা"ৰ পৰা অনা হৈছে