১৬ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ==মৃত্যু == # ১৭৩৬ চনৰ আজিৰ দিনটোতে জাৰ্মান পদাৰ্থ-বিজ্ঞানী গেব্...
(কোনো পাৰ্থক্য নাই)

06:44, 16 September 2014ৰ সংস্কৰণ

মৃত্যু

  1. ১৭৩৬ চনৰ আজিৰ দিনটোতে জাৰ্মান পদাৰ্থ-বিজ্ঞানী গেব্ৰিয়েল ডেনিয়েল ফাৰেনহাইটৰ মৃত্যু হয়।
  2. মেলেৰিয়াৰ ৰোগ-বীজাণুৰ আৱিষ্কাৰ ভাৰতজাত নোবেল জয়ী চিকিৎসা-বিজ্ঞানী ৰোনাল্ড ৰছৰ মৃত্যু হয় আজিৰ দিনটোতে।

অনান্য

  1. ১৯৪০ চনৰ আজিৰ দিনটোতে আমেৰিকাত ২১-৩৫ বছৰীয়া পুৰুষসকলক সৈন্য-বাহিনীত যোগদান কৰাটো বাধ্যতামূলক কৰা হয়।
  2. বিশ্বৰ প্ৰথমখন চিনেমা স্কোপ ছবি দা ৰোব আমেৰিকাৰ ৰক্সি থিয়েটাৰত প্ৰদৰ্শিত হয় ১৯৫৩ চনৰ আজিৰ দিনটোতে।
  3. ব্ৰিটিছ ৰাষ্ট্ৰদূত টমাছ ৰো ভাৰতৰ চুৰাটত উপস্থিত ১৬১৬ চনৰ আজিৰ দিনটোতে। ইংলেণ্ডৰ ৰজা জেমছৰ দূত হিচাপে মোগল সম্ৰাট জাহাংগীৰৰ ৰাজত্ব কালত তেওঁ ভাৰতত কাৰ্যনিৰ্বাহ কৰে।

দিৱস

  1. ১৮২১ চনৰ আজিৰ দিনটোতে মেক্সিকোৰ স্বাধীনতা লাভ।
  2. পাপুৱা-নিউগিনিৰ আজি স্বাধীনতা দিৱস (১৯৭৫) ৷
  3. আজি বিশ্ব অ’জ’ন দিৱস ৷