এককোষী জীৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: thumb|''[[:en:Valonia ventricosa|ভেলনিটা ভেণ্ট্ৰিকছা'' এবিধ বৃহৎ একক...
 
No edit summary
1 নং শাৰী:
[[File:Ventricaria ventricosa.JPG|thumb|''[[:en:Valonia ventricosa|ভেলনিটা ভেণ্ট্ৰিকছা]]'' এবিধ বৃহৎ এককোষী জীৱ।]]
 
'''এককোষী জীৱ''' হল, সেইবোৰ [[জীৱ]] যিবোৰ জীৱৰ [[দেহ]] মাত্ৰ এটা [[কোষ]]ৰ দ্বাৰা গঠিত হয়।, আনহাতে বহুকোষী জীৱবোৰৰ শৰীৰত একাধিক কোষ থাকে। ঐতিহাসিক ভাবে সৰল এককোষী জীৱ বোৰক '''মনাডম'নাড''' বুলিও কয়।<ref>{{citation|url=http://www.biology-online.org/dictionary/Monad|title=Monad|publisher=Biology online|accessdate=2011-06-30}}</ref> [[বেক্টেৰিয়া]], [[আৰ্কিয়া]], [[প্ৰটজৱাপ্ৰট'জৱা]], এককোষী [[শেলাই]] আৰু এককোষী [[ভেঁকুৰ]] আদি এককোষী জীনৰ প্ৰধান গোট। এককোষী জীৱবোৰ দুটা ভাগত ভাগ কৰা হয়: [[প্ৰকোষকেন্দ্ৰীক]] জীৱ আৰু [[সংকোষকেন্দ্ৰীক]] জীৱ। এককোষী জাৱবোৰক জীৱনৰ পুৰণা ৰূপ বুলি গন্য কৰা হয়, সম্ভৱতঃ প্ৰায় ৩৮ নিযুত বছৰৰ আগৰ পৰাই বিদ্যমান।<ref>{{citation|url=http://library.thinkquest.org/27819/ch1_5.shtml|title=An Introduction to Cells|publisher=ThinkQuest|accessdate=2013-05-30}}</ref>
 
সংকোষকেন্দ্ৰীক জীৱ, বেছিভাগ [[প্ৰটিষ্টা]], আৰু কিছুমান [[ভেঁকুৰ]] এককোষী। যদিও এনে কিছুমান জীৱ সংঘবদ্ধ হৈ থাকে, তথাপি সিহঁত এককোষী। এনে জীৱবোৰ একেলগে জীৱন নিৰ্বাহ কৰে। সিহঁত প্ৰত্যেকেই পৰস্পৰে নিৰ্ভৰশীল হৈ জীয়াই থাকে।
 
বেছিভাগ এককোষী জীৱ ইমান ক্ষুদ্ৰ যে সিহঁতক [[অনুবীক্ষণ যন্ত্ৰ]]ৰ যোগেদিহে দেখা পোৱা যায়, সেইবাবে সিহঁতক [[অনুজীৱ]] বোলে। অৱশ্যে, কিছুমান প্ৰটিষ্ট আৰু বেক্টেৰিয়া খালি চকুৰেও দেখা পোৱা যায়।<ref>[http://www.mpg.de/english/illustrationsDocumentation/documentation/pressReleases/1999/news17_99.htm Max Planck Society Research News Release] Accessed 21 May 2009</ref> যেনে:
*[[Xenophyophore]], [[:en:Foraminifera|ফৰমেনিফৰাফৰমেনিফেৰা]] [[পৰ্ব]]ৰ [[Xenophyophore]]বোৰজীৱ,
*''[[Nummulite]]'',ফৰমেনিফৰাফৰমেনিফেৰা,
*''[[Valonia ventricosa]]'', [[:en:Chlorophyceae|ক্লৰ'ফাইছিয়া]] শ্ৰেণীৰ এবিধ শেলাই, যাৰ ব্যসাৰ্ধ {{convert|1|to|4|cm|in|abbr=on|sigfig=1}}১ ছে.মি.ৰ পৰা ৪ ছে.মি. পৰ্যন্ত হয়।<ref name="becky">{{Cite news|last=Bauer |first=Becky|title=Gazing Balls in the Sea|url=http://www.allatsea.net/article/October_2008/Gazing_Balls_in_the_Sea|accessdate=27 August 2010|newspaper=All at Sea|date=October 2008}}</ref><ref>{{Cite book|url=http://books.google.com/books?id=tu0sqBp8eAAC&pg=PA91|page=91|title=Coral reefs of the southern Gulf of Mexico|author=John Wesley Tunnell, Ernesto A. Chávez, Kim Withers|publisher=Texas A&M University Press|year=2007|isbn=1-58544-617-3}}</ref>
*''[[Acetabularia]]'', শেলাই,
*''[[Caulerpa]]'', শেলাই,<ref>{{cite web|url=http://www.wisegeek.com/what-is-the-largest-biological-cell.htm |title=What is the Largest Biological Cell? (with pictures) |publisher=Wisegeek.com |date=2014-02-23 |accessdate=2014-03-01}}{{Unreliable source?|date=March 2014}}</ref>
*''[[Gromia sphaerica]]'', এমিবা
*''[[Thiomargarita namibiensis]]'' বৃহৎ আকাৰৰ বেক্টেৰিয়া,
*''[[Epulopiscium fishelsoni]]'', এব্ধএবিধ বেক্টেৰিয়া
 
==তথ্য সংগ্ৰহ==
{{Reflist}}