এককোষী জীৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
5 নং শাৰী:
সংকোষকেন্দ্ৰীক জীৱ, বেছিভাগ [[প্ৰটিষ্টা]], আৰু কিছুমান [[ভেঁকুৰ]] এককোষী। যদিও এনে কিছুমান জীৱ সংঘবদ্ধ হৈ থাকে, তথাপি সিহঁত এককোষী। এনে জীৱবোৰ একেলগে জীৱন নিৰ্বাহ কৰে। সিহঁত প্ৰত্যেকেই পৰস্পৰে নিৰ্ভৰশীল হৈ জীয়াই থাকে।
 
বেছিভাগ এককোষী জীৱ ইমান ক্ষুদ্ৰ যে সিহঁতক [[অনুবীক্ষণঅণুবীক্ষণ যন্ত্ৰ]]ৰ যোগেদিহে দেখা পোৱা যায়, সেইবাবে সিহঁতক [[অনুজীৱঅণুজীৱ]] বোলে। অৱশ্যে, কিছুমান প্ৰটিষ্ট আৰু বেক্টেৰিয়া খালি চকুৰেও দেখা পোৱা যায়।<ref>[http://www.mpg.de/english/illustrationsDocumentation/documentation/pressReleases/1999/news17_99.htm Max Planck Society Research News Release] Accessed 21 May 2009</ref> যেনে:
*[[:en:Xenophyophore|জেন'ফাইঅ'ফৰ]], [[:en:Foraminifera|ফৰমেনিফেৰা]] [[পৰ্ব (জীৱবিদ্যা)|পৰ্ব]]ৰ জীৱ,
*''[[:en:Nummulite|নাম্মুলাইট]]'',ফৰমেনিফেৰা পৰ্বৰ জীৱ,