এককোষী জীৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[File:Ventricaria ventricosa.JPG|thumb|''[[:en:Valonia ventricosa|ভেল'নিয়া ভেণ্ট্ৰিক'ছা]]'' এবিধ বৃহৎ এককোষী জীৱ।]]
 
'''এককোষী জীৱ''' হল, সেইবোৰ [[জীৱ]] যিবোৰ জীৱৰ [[দেহ]] মাত্ৰ এটা [[কোষ]]ৰ দ্বাৰা গঠিত হয়।হয়, আনহাতে [[বহুকোষী জীৱ]]বোৰৰ শৰীৰত একাধিক কোষ থাকে। ঐতিহাসিক ভাবে সৰল এককোষী জীৱ বোৰক '''ম'নাড''' বুলিও কয়।<ref>{{citation|url=http://www.biology-online.org/dictionary/Monad|title=Monad|publisher=Biology online|accessdate=2011-06-30}}</ref> [[বেক্টেৰিয়া]], [[আৰ্কিয়া]], [[প্ৰট'জৱা]], এককোষী [[শেলাই]] আৰু এককোষী [[ভেঁকুৰ]] আদি এককোষী জীৱৰ প্ৰধান গোট। এককোষী জীৱবোৰ দুটা ভাগত ভাগ কৰা হয়: [[প্ৰকোষকেন্দ্ৰীক]] জীৱ আৰু [[সংকোষকেন্দ্ৰীক]] জীৱ। এককোষী জাৱবোৰক জীৱনৰ পুৰণা ৰূপ বুলি গন্য কৰা হয়, সম্ভৱতঃ প্ৰায় ৩৮ নিযুত বছৰৰ আগৰ পৰাই বিদ্যমান।<ref>{{citation|url=http://library.thinkquest.org/27819/ch1_5.shtml|title=An Introduction to Cells|publisher=ThinkQuest|accessdate=2013-05-30}}</ref>
 
সংকোষকেন্দ্ৰীক জীৱ, বেছিভাগ [[প্ৰটিষ্টা]], আৰু কিছুমান [[ভেঁকুৰ]] এককোষী। যদিও এনে কিছুমান জীৱ সংঘবদ্ধ হৈ থাকে, তথাপি সিহঁত এককোষী। এনে জীৱবোৰ একেলগে জীৱন নিৰ্বাহ কৰে। সিহঁত প্ৰত্যেকেই পৰস্পৰে নিৰ্ভৰশীল হৈ জীয়াই থাকে। আনহাতে, '''ডাইক্ট'ষ্টেলিয়াম'''ৰ দৰে কিছুমান জীৱ, পৰিস্থিতি সাপেক্ষে এককোষী আৰু বহুকোষী দুয়োটা ৰূপতে পোৱা যায়।
8 নং শাৰী:
*[[:en:Xenophyophore|জেন'ফাইঅ'ফৰ]], [[:en:Foraminifera|ফৰমেনিফেৰা]] [[পৰ্ব (জীৱবিদ্যা)|পৰ্ব]]ৰ জীৱ,
*''[[:en:Nummulite|নাম্মুলাইট]]'',ফৰমেনিফেৰা পৰ্বৰ জীৱ,
*''[[:en:Valonia ventricosa|ভেল'নিয়া ভেণ্ট্ৰিক'ছা]]'', [[:en:Chlorophyceae|ক্লৰ'ফাইছিয়া]] [[শ্ৰেণী (জীৱবিদ্যা)|শ্ৰেণী]]ৰ এবিধ শেলাই, যাৰ ব্যসাৰ্ধ ১ ছে.মি.ৰ পৰা ৪ ছে.মি. পৰ্যন্ত হয়।হয়,<ref name="becky">{{Cite news|last=Bauer |first=Becky|title=Gazing Balls in the Sea|url=http://www.allatsea.net/article/October_2008/Gazing_Balls_in_the_Sea|accessdate=27 August 2010|newspaper=All at Sea|date=October 2008}}</ref><ref>{{Cite book|url=http://books.google.com/books?id=tu0sqBp8eAAC&pg=PA91|page=91|title=Coral reefs of the southern Gulf of Mexico|author=John Wesley Tunnell, Ernesto A. Chávez, Kim Withers|publisher=Texas A&M University Press|year=2007|isbn=1-58544-617-3}}</ref>
*''[[:en:Acetabularia|এচিটাবুলেৰিয়া]]'', শেলাই,
*''[[:en:Caulerpa|কাউলেৰ্পা]]'', শেলাই,<ref>{{cite web|url=http://www.wisegeek.com/what-is-the-largest-biological-cell.htm |title=What is the Largest Biological Cell? (with pictures) |publisher=Wisegeek.com |date=2014-02-23 |accessdate=2014-03-01}}{{Unreliable source?|date=March 2014}}</ref>
*''[[:en:Gromia sphaerica|গ্ৰ'মিয়া স্ফেৰিকা]]'', এক প্ৰকাৰৰ [[এমিবা]],
*''[[:en:Thiomargarita namibiensis|থিঅ'মাৰ্গেৰিটা নামিবিয়েনছিচ]]'' বৃহৎ আকাৰৰ বেক্টেৰিয়া,
*''[[:en:Epulopiscium fishelsoni|এপোল'পিচকাম ফিছেলচনি]]'', এবিধ বেক্টেৰিয়া আদি।
 
==তথ্য সংগ্ৰহ==