জীৱবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
159 নং শাৰী:
জীৱ বিজ্ঞান হৈছে বিজ্ঞানৰ এটা শাখা য’ত জীৱৰ (যেনে :গছ-গছনি, জীৱ-জন্তু, মানুহ ) আদি ৱৈজ্ঞানিক আলোচনা কৰা হয় । জীৱ বিজ্ঞান জীৱনৰ গুনৱতা আৰু মানৰ যঠেষ্ট উন্নতি সাধন কৰিছে ৷
 
=জীৱ বিজ্ঞানৰ থুলমূলশাখা ভাগ সমুহসমূহ:=
১. [[ভাৱাত্মক তনত্ৰিকা বিজ্ঞান]]<br />
 
জীৱ বিজ্ঞানৰ প্ৰধান শাখা সমূহ হ'ল:<ref>{{cite web|url=http://www.biology-online.org/dictionary/Branches_of_biology |title=Branches of Biology|publisher=Biology-online.org|accessdate=2013-10-02}}</ref><ref>{{cite web|url=http://www.bellaonline.com/articles/art28786.asp |title=Biology on |publisher=Bellaonline.com |accessdate=2013-10-02}}</ref>
২. [[শৰীৰ ৰচনা]] ([[এনাটমী]])<br />
* [[কৃষি বিজ্ঞান]] – শস্য উৎপাদন আৰু পশু ধনৰ অধ্যয়ন তথা ব্যৱহাৰিক প্ৰয়োগ,
* [[বায়বীয় জীৱ বিজ্ঞান]] – বতাহত জন্মা জৈৱিক অণু সমূহৰ অধ্যয়ন,
* [[শৰীৰ ৰচনা]] – উদ্ভিদ, প্ৰাণী, অন্য জীৱ, বা বিশেষকৈ মানুহৰ শৰীৰৰ গঠন আৰু কাৰ্যৰ অধ্যয়ন,
** [[কলা বিজ্ঞান]] – শৰীৰ ৰচনাৰ এটা আণুবীক্ষণিক শাখা। কোষ আৰু কলাৰ অধ্যয়ন,
* [[জৈৱ মহাকাশ বিজ্ঞান]] – বিশ্বব্ৰহ্মাণ্ডত জীৱৰ বিৱৰ্তন, বিতৰণ আৰু ভৱিষ্যত সম্পৰ্কে অধ্যয়ন,
* [[জৈৱ ৰসায়ন]] ([[এনাটমী]]) – জীৱন নিৰ্বাহ আৰু জীৱন প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক বিক্ৰিয়া সম্পৰ্কে অধ্যয়ন,
* [[জৈৱ অভিযান্ত্ৰিক বিদ্যা]] – প্ৰায়োগিক জ্ঞান আৰু বিষেশকৈ জীৱ প্ৰযুক্তিৰ লগত সম্পৰ্ক ৰাখি অভিযান্ত্ৰিক দৃষ্টিভংগীৰে জীৱ বিজ্ঞানৰ অধ্যয়ন,
* [[জৈৱ ভূগোল]] – প্ৰজাতিৰ বিতৰণৰ অধ্যয়ন,
* [[জৈৱ সুচনা বিজ্ঞান]] – তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰেৰে জিন সম্বন্ধীয় বা অন্য জীৱ বৈজ্ঞানিক তথ্য সমূহৰ অধ্যয়ন, সংগ্ৰহ, আৰু সংৰক্ষণ সম্পৰ্কে অধ্যয়ন,
* [[জৈৱ গণিত]] (বা গাণিতিক জীৱ বিজ্ঞান) – জীৱ বৈজ্ঞানিক প্ৰক্ৰিয়া সমূহৰ পৰিমাণাত্মক বা গাণিতিক অধ্যয়ন,
* [[:en:Biomechanics|বায়মেকানিকছ]] – জীৱৰ কাৰিকৰী অধ্যয়ন,
* [[জৈৱ চিকিৎসা অনুসন্ধান]] – স্বাস্থ্য আৰু ৰোগৰ অধ্যয়ন,
** [[ঔষধ বিজ্ঞান]] – ঔষধ আৰু কৃত্ৰিম দৰৱৰ প্ৰস্তুতি, ব্যৱহাৰ, আৰু প্ৰতিক্ৰিয়াৰ অধ্যয়ন তথা ব্যৱহাৰিক প্ৰয়োগ,
* [[জৈৱ সংগীতবিজ্ঞান]] – জীৱ বৈজ্ঞানিক দৃষ্টিভংগীৰে সংগীতৰ অধ্যয়ন,
* [[জৈৱ পদাৰ্থবিজ্ঞান]] – পদাৰ্থবিজ্ঞানৰ সুত্ৰ আৰু পদ্ধতি সমূহৰ প্ৰয়োগেৰে জীৱ বিজ্ঞানৰ অধ্যয়ন,
* [[জৈৱ প্ৰযুক্তি বিজ্ঞান]] – জীৱৰ প্ৰযুক্তি সম্বন্ধীয় অধ্যয়ন,
** [[সংশ্লেষণাত্মক জীৱ বিজ্ঞান]] – সংশ্লেষিত জৈবিক তত্ব সম্বন্ধে অধ্যয়ন,
* [[আবাসিক জীৱ বিজ্ঞান]] – ঘৰুৱা জীৱৰ অধ্যয়ন,
* [[উদ্ভিদ বিদ্যা]] – উদ্ভিদৰ অধ্যয়ন,
* [[কোষ বিজ্ঞান]] – কোষৰ অধ্যয়ন,
* [[সংজ্ঞানাত্মক জীৱ বিজ্ঞান]] – জীৱ বৈজ্ঞানিক কাৰ্যত বোধ সম্বন্ধে অধ্যয়ন,
* [[সংৰক্ষণ জীৱ বিজ্ঞান]] – প্ৰাকৃতিক পৰিৱেশ, পৰিস্থিতি, উদ্ভিদ আৰু বন্যজীৱৰ সংৰক্ষণ, সুৰক্ষা, পুণৰ সংস্থাপন সম্বন্ধে অধ্যয়ন,
* [[হিম জীৱ বিজ্ঞান]] – নিম্ন উষ্ণতাত জীৱৰ প্ৰতিক্ৰিয়াৰ অধ্যয়ন,
* [[বিকাশ সম্বন্ধীয় জীৱ বিজ্ঞান]] – বিকাশ সম্বন্ধীয় অধ্যয়ন,
** [[ভ্ৰূণ বিদ্যা]] – ভ্ৰূণৰ বিকাশ সম্বন্ধে অধ্যয়ন,
* [[পৰিস্থিতি বিজ্ঞান]] – পৰিৱেশৰ জীৱবোৰৰ পাৰস্পৰিক সম্পৰ্ক আৰু অজৈৱিক পদাৰ্থৰ সৈতে সম্পৰ্ক সম্বন্ধে অধ্যয়ন,
* [[পৰিৱেশ বিজ্ঞান]] – প্ৰাকৃতিক পৰিৱেশৰ অধ্যয়ন,
* [[মহামাৰী বিজ্ঞান]] – জন স্বাস্থ্যৰ অধ্যয়ন,
* [[বিৱৰ্তনিক জীৱ বিজ্ঞান]] – জীৱ প্ৰজাতিৰ উৎপত্তি আৰু বংশ সম্বন্ধে অধ্যয়ন,
* [[বংশগতি বিদ্যা]] – জিন আৰু বংশগতিৰ অধ্যয়ন,
**[[বংশগত ৰোগ বিজ্ঞান]] – বংশগত ৰোগৰ অধ্যয়ন,
* [[ৰক্ত বিজ্ঞান]] – তেজ সম্পৰ্কীয় অধ্যয়ন,
* [[সম্পূৰ্ণ জীৱ বিজ্ঞান]] – সমস্ত জীৱৰ অধ্যয়ন,
* [[সৰোবৰ বিজ্ঞান]] – সৰোবৰ সম্বন্ধে অধ্যয়ন,
* [[সামুদ্ৰ বিজ্ঞান]] – সাগৰৰ ৰকিস্থিতি, উদ্ভিদ, প্ৰাণী আৰু অন্য জীৱৰ অধ্যয়ন,
* [[অণুজীৱ বিদ্যা]] – অণুজীৱৰ অধ্যয়ন,
** [[পৰজীৱী বিজ্ঞান]] – পৰজীৱী আৰু পৰজীৱিতাৰ ন
** [[ভাইৰাছ বিজ্ঞান]] – ভাইৰাছ আৰু ভাইৰাছ সদৃশ জীৱৰ অধ্যয়ন,
* [[আনৱিক জীৱবিজ্ঞান]] – আনৱিক পৰ্য্যায়ত জীৱৰ কাৰ্য আৰু জীৱবিজ্ঞানৰ অধ্যয়ন,
* [[ভেঁকুৰ বিজ্ঞান]] – ভেঁকুৰৰ অধ্যয়ন,
* [[স্নায়ু বিজ্ঞান]] – স্নায়ুতন্ত্ৰৰ অধ্যয়ন,
* [[জৈৱ জনসংখ্যা বিজ্ঞান]] – জীৱৰ সজাতীয় জনসমস্তিৰ অধ্যয়ন,
** [[জনসাংখ্যিক পৰিস্থিতি বিজ্ঞান]] – জনসংখ্যা কিদৰে পৰিবৰ্তন আৰু লুপ্ত হয় তাৰ অধ্যয়ন,
** [[জনসাংখ্যিক বংশ গতি বিদ্যা]] – জীৱৰ জনসংখ্যাৰ জিনৰ অনুক্ৰম পৰিবৰ্তনৰ অধ্যয়ন,
* [[জীৱাশ্ম বিজ্ঞান]] – জীৱাশ্মৰ অধ্যয়ন,
* [[ৰোগ বিজ্ঞান]] – ৰোগ সম্বন্ধে অধ্যয়ন,
* [[শৰীৰ বিজ্ঞান]] – জীৱৰ কাৰ্য আৰু অংগৰ অধ্যয়ন,
* [[উদ্ভিদ ৰোগ বিজ্ঞান]] – উদ্ভিদৰ ৰোগ সম্বন্ধে অধ্যয়ন,
* [[জৈৱ মনোবিজ্ঞান]] – [[মনোবিজ্ঞান]]ৰ জীৱ বৈজ্ঞানিক ভিত্তি সম্বন্ধে অধ্যয়ন,
* [[সামাজিক জীৱ বিজ্ঞান]] – [[সমাজতত্ব]]ৰ জীৱ বৈজ্ঞানিক ভিত্তি সম্বন্ধে অধ্যয়ন,
* [[গঠনাত্মক জীৱ বিজ্ঞান]] – আনৱিক জীৱ বিজ্ঞান, জৈৱ ৰসায়নবিজ্ঞান, আৰু জৈৱ পদাৰ্থবিজ্ঞানৰ এটা শাখা। বৃহৎ জৈৱিক অণু বোৰৰ আনৱিক গঠনৰ অধ্যয়ন,
* [[প্ৰাণী বিদ্যা]] – প্ৰাণীৰ শ্ৰেণীবিভাজন, শৰীৰ তত্ব, বিকাশ, আৰু আচৰণ সম্বন্ধে অধ্যয়ন। ইয়াৰ উপ শাখা সমূহ হ'ল: [[প্ৰাণীৰ আচৰণ]], [[পতংগ বিদ্যা]], [[সৰীসৃপ আৰু উভচৰ বিজ্ঞান]], [[মৎস বিজ্ঞান]], [[স্তন্যপায়ী বিজ্ঞান]], আৰু [[পক্ষী বিজ্ঞান]]।
 
==তথ্য সংগ্ৰহ==
৩. [[জৈৱ ৰসায়ন]] ([[ৱায়কেমচট্ৰী]])<br />
{{Reflist}}
৪. [[জীৱ সুচনা বিজ্ঞান]] ([[ৱায়ইনফৰমেটিকচ্]])