জীৱবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
166 নং শাৰী:
* [[শৰীৰ ৰচনা]] – উদ্ভিদ, প্ৰাণী, অন্য জীৱ, বা বিশেষকৈ মানুহৰ শৰীৰৰ গঠন আৰু কাৰ্যৰ অধ্যয়ন,
** [[কলা বিজ্ঞান]] – শৰীৰ ৰচনাৰ এটা আণুবীক্ষণিক শাখা। কোষ আৰু কলাৰ অধ্যয়ন,
* [[জৈৱজ্যোতিৰ্জীৱ মহাকাশ বিজ্ঞানবিদ্যা]] – বিশ্বব্ৰহ্মাণ্ডত জীৱৰ বিৱৰ্তন, বিতৰণ আৰু ভৱিষ্যত সম্পৰ্কে অধ্যয়ন,
* [[জৈৱ ৰসায়ন]] ([[এনাটমী]]) – জীৱন নিৰ্বাহ আৰু জীৱন প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক বিক্ৰিয়া সম্পৰ্কে অধ্যয়ন,
* [[জৈৱ অভিযান্ত্ৰিক বিদ্যা]] – প্ৰায়োগিক জ্ঞান আৰু বিষেশকৈ জীৱ প্ৰযুক্তিৰ লগত সম্পৰ্ক ৰাখি অভিযান্ত্ৰিক দৃষ্টিভংগীৰে জীৱ বিজ্ঞানৰ অধ্যয়ন,
190 নং শাৰী:
* [[পৰিৱেশ বিজ্ঞান]] – প্ৰাকৃতিক পৰিৱেশৰ অধ্যয়ন,
* [[মহামাৰী বিজ্ঞান]] – জন স্বাস্থ্যৰ অধ্যয়ন,
* [[বিৱৰ্তনিকক্ৰমবিৱৰ্তন জীৱ বিজ্ঞানবিদ্যা]] – জীৱ প্ৰজাতিৰ উৎপত্তি আৰু বংশ সম্বন্ধে অধ্যয়ন,
* [[বংশগতি বিদ্যা]] – জিন আৰু বংশগতিৰ অধ্যয়ন,
**[[বংশগত ৰোগ বিজ্ঞান]] – বংশগত ৰোগৰ অধ্যয়ন,
196 নং শাৰী:
* [[সম্পূৰ্ণ জীৱ বিজ্ঞান]] – সমস্ত জীৱৰ অধ্যয়ন,
* [[সৰোবৰ বিজ্ঞান]] – সৰোবৰ সম্বন্ধে অধ্যয়ন,
* [[সামুদ্ৰসামুদ্ৰিক বিজ্ঞান]] – সাগৰৰ ৰকিস্থিতি, উদ্ভিদ, প্ৰাণী আৰু অন্য জীৱৰ অধ্যয়ন,
* [[অণুজীৱ বিদ্যা]] – অণুজীৱৰ অধ্যয়ন,
** [[পৰজীৱী বিজ্ঞান]] – পৰজীৱী আৰু পৰজীৱিতাৰ ন