২৭ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: # ১৯২২ চনৰ আজিৰ দিনটোতে সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ জন্ম হ...
(কোনো পাৰ্থক্য নাই)

12:04, 30 September 2014ৰ সংস্কৰণ

  1. ১৯২২ চনৰ আজিৰ দিনটোতে সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ জন্ম হয় ।
  2. ১৭৬০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মীৰজাফৰক গাদীচ্যুত কৰি মীৰকাচিম বংগৰ নৱাব হয় ।
  3. ১৮৩৩ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু হয় ।
  4. ১৯০৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে স্বাধীনতা আন্দোলনৰ সংগ্রামী নেতা ভগৎ সিঙৰ জন্ম হয় ।
  5. ১৯৫৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ মিহিৰ সেনে ইংলিছ চেনেল সাঁতুৰি অতিক্ৰম কৰে । ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা তেৱেই প্ৰথম ভাৰতীয় ।
  6. ১৯৩২ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্র পৰিচালক য়শ চোপ্ৰাৰ জন্ম হয় ।
  7. ১৮২৫ খ্ৰীষ্টাব্দৰ আজিৰ তাৰিখতে ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰলিংটন চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰে'লগাড়ীৰ চলাচল আৰম্ভ হয় ।
  8. ইটালীৰ গল্প লেখিকা আৰু ঔপন্যাসিক গ্ৰাছিয়া ডেলেড্ডাৰ জন্ম হয় ১৮৭০ চনৰ আজিৰ দিনটোতে। ১৯২৬ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
  9. ২০০৩ চনৰ আজিৰ দিনটোতে প্ৰথম বাৰৰ বাবে বিশ্বত বিজ্ঞানীসকলৰ দ্বাৰা নিগনিৰ ক্ল’ন সম্পন্ন হয় ।
  10. ১২৯০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে চীনত হোৱা প্ৰবল ভূমিকম্পৰ ফলত এক লাখ লোকৰ মৃত্যু হয় ।
  11. তালিবানৰ দ্বাৰা কাবুল দখল হৈছিল ১৯৯৬ চনৰ আজিৰ দিনটোতে ৷
  12. আজি বিশ্ব পৰ্যটন দিৱস ৷