২৬ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: # ১৮২০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ জন...
(কোনো পাৰ্থক্য নাই)

12:05, 30 September 2014ৰ সংস্কৰণ

  1. ১৮২০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ জন্ম হয় ।
  2. ১৯৩২ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ জন্ম হয় ।
  3. ১৯৭৯ চনৰ আজিৰ দিনটোতে চৌধুৰী চৰণ সিঙক সভাপতি আৰু ৰাজ নাৰায়ণক কাৰ্যকৰী সভাপতি ৰূপে লৈ নতুন ৰাজনৈতিক দল লোকদল গঠন কৰা হয় ।
  4. ১৯৪২ চনৰ আজিৰ দিনটোতে দেশৰ বিজ্ঞান গৱেষণাৰ উন্নতি সাধন , পৰামৰ্শ তথা সংযোগ ৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ গঠন কৰা হয় ।
  5. ১৫৮০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ নৌ অভিযাত্ৰী ফ্ৰান্সিছ ড্ৰেকে পৃথিৱী পৰিক্ৰমা সম্পূৰ্ণ কৰে ।
  6. ১৮৮৮ খ্ৰীষ্টাব্দৰ আজিৰ তাৰিখতে মাৰ্কিন কবি , সমালোচক , নাট্যকাৰ টি এছ ইলিয়টৰ জন্ম হয় ।
  7. ১৯৭৭ চনৰ আজিৰ দিনটোতে আন্তৰ্জাতিক খ্যাতি সম্পন্ন নৃত্যশিল্পী উদয় শংকৰৰ মৃত্যু হয় ।
  8. ১৯৮১ চনৰ আজিৰ দিনটোতে পেছাদাৰী মহিলা টেনিছ খেলুৱৈ ছেৰেনা উইলিয়ামছৰ জন্ম হয় ।
  9. ১৯৮৯ চনৰ আজিৰ দিনটোতে খ্যাতনামা কণ্ঠশিল্পী তথা সুৰকাৰ হেমন্ত কুমাৰ মুখাৰ্জীৰ ৬৯ বছৰ বয়সত মৃত্যু হয় ।
  10. ১৮৯১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে আন্তৰ্জাতিক খ্যাতি সম্পন্ন বেহেলা বাদক চাৰ্লচ মুংকৰৰ জন্ম হয় ।
  11. ১৯৯০ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত সাহিত্যিক আলবেয়াৰ মোৰাভিয়াৰ মৃত্যু হয়। টু-ৱমেন তেওঁৰ প্ৰসিদ্ধ ৰচনা ।