১৭ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ১/ ১৬০৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মোগল সম্ৰাট আকবৰৰ মৃত্যু...
(কোনো পাৰ্থক্য নাই)

10:20, 17 October 2014ৰ সংস্কৰণ

১/ ১৬০৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মোগল সম্ৰাট আকবৰৰ মৃত্যু হয় ।

২/ ১৮১৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ছাৰ চৈয়দ আহমেদ খাঁৰ জন্ম হয় । তেওঁ আলিগড়ত মহমেদান এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰে । এইখন কলেজেই পৰৱৰ্তী কালত আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয় ।

৩/ ১৮৩১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী মাইকেল ফেৰাডেডাইনামো আৱিষ্কাৰ কৰে ।

৪/ ১৯০০ চনৰ আজিৰ দিনটোতে অসমীয়া সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ জন্ম হয় ।

৫/ ১৯১৯ চনৰ আজিৰ দিনটোতে ভাৰতত খিলাফৎ দিৱস উদযাপন কৰা হয় ।

৬/ ১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষত কমিউনিষ্ট পাৰ্টী প্ৰতিষ্ঠা কৰা হয় ।

৭/ ১৯৩৭ চনৰ আজিৰ দিনটোতে মুছলিম লীগৰ পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

৮/ ১৯৪০ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহ আৰম্ভ হয় । ৯/ ১৯৭০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলেৰ জন্ম হয় ।

১০/ ১৯৭৯ চনৰ আজিৰ দিনটোতে মাদাৰ টেৰেছালৈ শান্তিৰ নোবেল পুৰস্কাৰ আগবঢ়োৱা হয় ।

১১/ ১৯৮৯ চনৰ আজিৰ দিনটোতে শিল্পী যুগল দাসৰ মৃত্যু হয় ।

১২/ ২০০১ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক হান্সি ক্ৰ'নিয়েৰ খেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয় ।

১৩/ ২০০৩ চনৰ আজিৰ দিনটোতে শ্ৰীহৰিকোটাৰ পৰা PSLV-5 ৰ উৎক্ষেপণ কৰা হয় ।

১৪/ আজি অসম ক্ৰীড়া দিৱস ।