১৩ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ১/ ১৯১১ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্র তাৰকা অশোক কুমাৰ...
(কোনো পাৰ্থক্য নাই)

10:28, 17 October 2014ৰ সংস্কৰণ

১/ ১৯১১ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্র তাৰকা অশোক কুমাৰৰ জন্ম হয় ।

২/ ১৯১১ চনৰ আজিৰ দিনটোতে ভগ্নী নিবেদিতাৰ মৃত্যু হয় ।

৩/ ১৯৮৭ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত সংগীতশিল্পী তথা অভিনেতা কিশোৰ কুমাৰৰ মৃত্যু হয় ।

৪/ ২০০১ চনৰ আজিৰ দিনটোতে আফগানিস্তানত এসপ্তাহ মাৰ্কিন আক্ৰমণৰ ফলত শতাধিক লোকৰ মৃত্যু হয় , বহু লোক আক্ৰান্ত হয় ।