৮ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ১/ ১৯০৮ চনৰ আজিৰ দিনটোতে কবি ,, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপত...
(কোনো পাৰ্থক্য নাই)

10:32, 17 October 2014ৰ সংস্কৰণ

১/ ১৯০৮ চনৰ আজিৰ দিনটোতে কবি ,, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যিক সীতানাথ ব্ৰহ্ম চৌধুৰীৰ জন্ম হয় ।

২/ ১৯১৯ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ সম্পাদনাত ইয়ং ইণ্ডিয়া পত্ৰিকাৰ প্ৰকাশ আৰম্ভ হয় ।

৩/ ১৯৩৬ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যৰ প্ৰসিদ্ধ গল্পকাৰ তথা ঔপন্যাসিক মুন্সী প্ৰেমচন্দৰ মৃত্যু হয় ।

৪/ ১৯৭৯ চনৰ আজিৰ তাৰিখতে ভাৰতৰ সমাজবাদী ভাবাপন্ন ৰাজনৈতিক নেতা জয়প্ৰকাশ নাৰায়ণৰ মৃত্যু হয় ।

৫/ ১৯৯০ চনৰ আজিৰ দিনটোতে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছী নেতা কমলাপতি ত্ৰিপাঠীৰ মৃত্যু হয় ।

৬/ ১৯৯৪ চনৰ আজিৰ দিনটোতে কুৱেইট সীমান্তত ইৰাকী সেনাৰ অৱস্থান , মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু গ্ৰেট ব্ৰিটেইনৰ উপসাগৰীয় অঞ্চললৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰে ।

৭/ ২০১৩ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰ আৰু ডি এইচ ডিৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয় ।

৮/ আজি ভাৰতীয় বায়ু সেনা দিৱস ।