ৱিকিপিডিয়া:গুৱাহাটী ৱিকি মীট-আপ ৩ (ৱিকি চাহমেল): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

27 নং শাৰী:
 
===আলোচনা কৰিব পৰা আৰু বিষয় ===
(সম্পাদনা কৰিব পাৰিব)
 
# এখন ৱিকিপিডিয়া চি ডি প্ৰকাশ কৰি যিমান পাৰি বিলোৱা।
# (এইটো কৰিবলৈ অসমৰ কাকত আলোচনী বা ই-মেডিয়াৰ সহযোগিতা লাগিব) - ৱিকিপিডিয়াত কি কি ঘটি আহিছে তাৰ এটা খতিয়ান প্ৰত্যেক মাহে মাহে অসমৰ ৰাইজক জনোৱা। সৰুকৈ, খবৰ কাগজখনৰ এটা চুকত ৫x১০ চে.মি.ৰ এটা ব্লক হ'লেই হ'ব।
 
[[সদস্য:Psneog|প্রভাকৰ শৰ্মা নেওগ]] ([[সদস্য বাৰ্তা:Psneog|talk]]) 13:30, 20 অক্টোবৰ 2014 (UTC)
 
# বহুতে ৱিকিপেডিয়াত লিখিবলৈ টান পায়; কিন্তু অসমীয়াত টাইপিং কৰাত সিদ্ধহস্ত। সেইসকল ব্যক্তিক, বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া ৱিকিউৎসত কেনেকৈ জড়িত কৰাব পাৰি, তাৰ পৰিকল্পনা কৰা।
বাবুল বৈশ্য 15:35, 20 অক্টোবৰ 2014 (UTC)
 
==পৰামৰ্শ==
বাবুল বৈশ্য 15:35, 20 অক্টোবৰ 2014 (UTC)
# [https://upload.wikimedia.org/wikipedia/commons/b/b2/Assamese_Wikipedia_FAQ_Booklet.pdf সততে উদিত প্ৰশ্নসমূহৰ হাতপুথি (FAQ booklet)] বিতৰণ
# সন্মিলনত [[ৱিকিপিডিয়া:ৱিকিপত্ৰিকা|ৱিকিপত্ৰিকা]] খন মাহেকীয়াভাৱে প্ৰস্তুত আৰু প্ৰচাৰ সম্পৰ্কে আলোচনা কৰা
# সন্মিলনৰ যথেষ্ট সংখ্যক ভাল ফটো আৰু ভিডিঅ’ ইণ্টাৰনেটত প্ৰচাৰ কৰা
# সন্মিলনখন হৈ যোৱা পাছত ইয়াৰ বিষয়ে এটা উন্নতমানৰ এটা বাতৰি প্ৰস্তুত কৰা আৰু বিভিন্ন বাতৰি কাকতত প্ৰচাৰ কৰা
# যদি নতুন সৰহ সংখ্যক দৰ্শক থাকে তেনে [https://word.office.live.com/wv/WordView.aspx?FBsrc=https%3A%2F%2Fwww.facebook.com%2Fdownload%2Ffile_preview.php%3Fid%3D418619971527007%26time%3D1413967629%26metadata&access_token=1273424372%3AAVKguw3ZXHlMkHY1zU_ewP8UUCKy58qyxUqO65Pd3rPybQ&title=%E0%A6%AE%E0%A6%87+%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE+%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%A4+%E0%A6%95%E0%A6%BF%E0%A7%9F+%E0%A6%B2%E0%A6%BF%E0%A6%96%E0%A7%8B%E0%A6%81%E0%A5%A4.docx মই অসমীয়া ৱিকিপেডিয়াত কিয় লিখোঁ? এক ব্যক্তিগত চিন্তন ! ], এই লেখনী এবাৰ পঢ়ি শুনোৱা, যিহেতু এনেকুৱা লেখনীবোৰে মানুহক ৱিকিপিডিয়াত লিখিব প্ৰেৰণা যোগায়
# ৱিকিপিডিয়া টি চাৰ্ট, বেজ, কলম আদি বিতৰণৰ ব্যৱস্থা কৰা (কিন্তু সময় কম বাবে সম্ভৱ নহৱ)
# সন্মিলনত হোৱা বিভিন্ন খৰচ যেনে মাইক, প্ৰজেক্টৰ, চাহ জলপান, প্ৰচাৰ পত্ৰিকা প্ৰতিলিপিকৰণ আদিৰ বাবে ৱিকিমিডিয়া ফাউণ্ডেছন ফাণ্ড দিওতাৰ সৈতে যোগাযোগ কৰা
# সন্মিলনৰ শেষত অভিজ্ঞ ব্যৱহাৰকাৰীসকলে বৰ্তমান ৱিকিৰ বিভিন্ন কাৰিকৰী সমস্যসমূহৰ বিষয়ে আলোচনা কৰা
# অসমীয়া ৱিকিঅভিধানৰ পুনৰ্সঞ্জিৱীকৰণ সম্পৰ্কে আলোচনা কৰা আদি
<span style="white-space:nowrap;text-shadow:#00BFFF 0em 0em 0.8em,#EE82EE -0.8em -0.8em 0.9em,#1D6B00 0.7em 0.7em 0.8em;color:#FF0000">'''[[User:Bishnu_Saikia|বিষ্ণু শইকীয়া]]'''⇒<span style="font-size: 25px;">[[User talk:Bishnu_Saikia|✉]]</span></span> 11:23, 22 অক্টোবৰ 2014 (UTC)
 
==কোন কোন থাকিব?==