ৱিকিপিডিয়া:গুৱাহাটী ৱিকি মীট-আপ ৩ (ৱিকি চাহমেল): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

27 নং শাৰী:
 
===আলোচনা কৰিব পৰা আৰু বিষয় ===
# অসমীয়া ৱিকিপিডিয়াৰ আমাৰ নিজাকৈ (অৰ্থাৎ অসমৰ ৰাইজৰ) এটা মিৰৰ চাইট লাগে - যাতে মূল ৱিকিপিডিয়া প্ৰকল্পৰ চাইটটোৰ লগত (as.wikipedia.org) কিবা কাৰণত সংযোগ কৰিব নোৱাৰিলেও আমাৰ ডেটাখিনি সংৰক্ষিত হৈ থাকে।
# এখন ৱিকিপিডিয়া চি ডি প্ৰকাশ কৰি যিমান পাৰি বিলোৱা।
# (এইটো কৰিবলৈ অসমৰ কাকত আলোচনী বা ই-মেডিয়াৰ সহযোগিতা লাগিব) - ৱিকিপিডিয়াত কি কি ঘটি আহিছে তাৰ এটা খতিয়ান প্ৰত্যেক মাহে মাহে অসমৰ ৰাইজক জনোৱা। সৰুকৈ, খবৰ কাগজখনৰ এটা চুকত ৫x১০ চে.মি.ৰ এটা ব্লক হ'লেই হ'ব।