ৱিকিপিডিয়া:গুৱাহাটী ৱিকি মীট-আপ ৩ (ৱিকি চাহমেল): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

31 নং শাৰী:
# এখন ৱিকিপিডিয়া চি ডি প্ৰকাশ কৰি যিমান পাৰি বিলোৱা।
# (এইটো কৰিবলৈ অসমৰ কাকত আলোচনী বা ই-মেডিয়াৰ সহযোগিতা লাগিব) - ৱিকিপিডিয়াত কি কি ঘটি আহিছে তাৰ এটা খতিয়ান প্ৰত্যেক মাহে মাহে অসমৰ ৰাইজক জনোৱা। সৰুকৈ, খবৰ কাগজখনৰ এটা চুকত ৫x১০ চে.মি.ৰ এটা ব্লক হ'লেই হ'ব।
# আগৰ দশম বাৰ্ষিকীৰ দৰে কিবা প্ৰতিযোগীতা পতাৰ কথা চিন্তা কৰিব লাগে।
 
[[সদস্য:Psneog|প্রভাকৰ শৰ্মা নেওগ]] ([[সদস্য বাৰ্তা:Psneog|talk]]) 13:30, 20 অক্টোবৰ 2014 (UTC)