বাৰ্তা:তৰ্ক (তৰ্কশাস্ত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: Prabhakar Sarma Neog 16 September at 10:26 PM Argument (ex: "He offered a valid argument.") আৰু Reason (ex: "He reasoned with me") -অৰ অসমীয...
 
No edit summary
20 নং শাৰী:
 
Madhuchanda Chaliha Bhuyan @ Prabhakar Sarma Neog...first option is correct
 
@ Prabhakar Sarma Neog যুক্তিসূত্ৰক তৰ্কশাস্ত্ৰ আৰু যুক্তিবাণক তৰ্ক (তৰ্কশাস্ত্ৰ) কৰাৰ ফলত পূৰ্বৌক্ত অসুবিধা সমূহ আহি পৰিছে। Madhuchanda Chaliha Bhuyan বাইদেউক নিম্নোক্ত বিচাৰোপস্থাপন খিনি পঢ়ি ইয়াতে মন্তব্য দিবলৈ আহ্বান জনালো। হয়তো তেখেতে পঢ়া নাই। যুক্তিসূত্ৰৰ আলোচনা পৃষ্ঠাত আছিল। Concerned facebook ত কোনোবাই বিচাৰোপস্থাপন খিনি upload কৰি দিব । সোনকালে জানিব। মোৰ account নাই। এই প্ৰৱন্ধটিত আগমন আৰু নিগমন শব্দ দুটি আতঁৰাব নালাগিছিল। সেইকেইটা যুক্তিসূত্ৰৰ পৰিভাষিক শব্দ। Madhuchanda Chaliha Bhuyan বাইদেউ যদি এই বিষয়ৰ লগত জড়িত বা বিশেষজ্ঞ, তেখেতে জানিব। শেহতীয়া সম্পাদনা সমূহে ভাষা আৰু ব্যাকৰণ তথা সম্পৰ্কীয় প্ৰৱন্ধসমূহৰ চাৰিত্ৰিক একধৰ্মিতা (Integrity)ত গোলমাল সৃষ্টি কৰা আৰম্ভ কৰিছেই। পিছলৈ ভেদভঙ্গ কৰিব পৰা নাযাব পাৰে।
:তৰ্কশাস্ত্ৰ শব্দটিত Flexibility নাই। ইংৰাজীত Logical, Logically, Illogical, Illogically, Mathematical Logic, Philosophical Logic, No Logic Behind আদি বিভিন্ন শব্দ , বাক্যাংশৰ অৰ্থপূৰ্ণ ব্যৱহাৰ আৰু প্ৰয়োভৰ দেখা যায়। এই গোটেই শব্দবোৰ মূল বিষয় Logic ৰ সৈতে কিবা নহয় কিবা সূত্ৰে বান্ধ খাই আছে। অসমীয়াত তাকে কৰিবলৈ আমি আকৌ যুক্তি শব্দটোলৈকে ঘূৰি আহিব লাগিব। যুক্তিৰ ভিন্ন প্ৰয়োগসমূহ মূলবিষয়ৰ সৈতে এডাল সুঁতা বা সূত্ৰৰে বান্ধ খাই আছে। তৰ্কশাস্ত্ৰ শব্দটিয়ে এই বিষয়টোক মহাকাব্যৰ শ্ৰেণীলৈ লৈ গৈ তাৰ ব্যৱহাৰিক আৰু প্ৰয়োগিক দিশটো নোহোৱা কৰে যাৰ আগত যেন কেৱল পৰি নমস্কাৰহে কৰিব লাগে। অন্যথা তেনে প্ৰয়োগ কৰিবলৈ যুক্তিসৌত্ৰিক, যুক্তিসৌত্ৰিক ভাৱে অথবা যুক্তিসূত্ৰমতে,অযুক্তিসৌত্ৰিক,অযুক্তিসৌত্ৰিক ভাৱে,গাণিতীক(যুক্তি)সূত্ৰ, দাৰ্শণিক (যুক্তি)সূত্ৰ, যুক্তিসূত্ৰচ্ছেদ আদি শব্দসমূহৰ ব্যৱহাৰ হব পাৰে আৰু হৈ আছে। তৰ্কশাস্ত্ৰ শব্দটিৰ এনে ভিন্ন প্ৰয়োগ অসম্ভৱ। সাদৃশ শব্দ কামসূত্ৰৰ কথা ভাবক। তৰ্ক বুলিলে আমি Debate ক হে বুজো আৰু ই মূল বিষয় যুক্তিসূত্ৰৰ এক ব্যৱহাৰিক প্ৰয়োগমাত্ৰ। সেইদৰে যুক্তি মানে Reason । Reasonable, Unreasonable, Reasonably, Reasoning আদি শব্দবোৰ যুক্তিৰ পৰা ওলাব আৰু তেতিয়া গোটেই শাস্ত্ৰ খনৰ প্ৰয়োজন নাই।
 
সময় সাপেক্ষ পুনৰ চিন্তাৰ বাবে আগবঢ়ালোঁ। [[সদস্য:JBDVIJASDVI|JBDVIJASDVI]] ([[সদস্য বাৰ্তা:JBDVIJASDVI|talk]]) 16:18, 25 অক্টোবৰ 2014 (UTC)
"তৰ্ক (তৰ্কশাস্ত্ৰ)" পৃষ্ঠালৈ উভতি যাওক।