ৰাসায়নিক অভিযান্ত্ৰিকী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
6 নং শাৰী:
 
==Etymology==
[[File:Davis GE.jpg|thumb|150px|Georgeজৰ্জ E. Davis.ডেভিচ্‌]]
 
১৯৯৬ৰ ''ব্ৰিটিচ জাৰ্ণেল ফ'ৰ হিষ্টৰী অৱ ছায়ন্স''ত প্ৰকাশিত এটি প্ৰৱন্ধত জেমচ এফ ডনেলীয়ে ১৮৩৯ চনত [[ছালফিউৰিক এচিড]] উৎপাদন সম্পৰ্কত [[ৰাসায়নিক অভিযান্ত্ৰিকী]]ৰ প্ৰসংগ উত্থাপন কৰিছিল বুলি উল্লেখ কৰা হৈছিল |সেই একেটা প্ৰৱন্ধতে [[জৰ্জ ই. ডেভিছ]] ,এজন ইংৰাজ পৰামৰ্শদাতাক উক্ত অভিধাৰ জনক বুলি কোৱা
হয় |''দা হিষ্ট'ৰী অৱ ছায়ন্স ইন ইউনাইটেড ষ্টেটছ্ : এন্ এনচাইক্লোপিডিয়া''ত ১৮৯০ চনত উক্ত বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছিল |'ৰাসায়নিক অভিযান্ত্ৰিকী',য'ত ৰাসায়নিক উদ্যোগত যান্ত্ৰিক সজুঁলি ব্যৱহাৰ কৰাৰ কথা বাখ্যা কৰা হয়,শব্দটো ১৮৫০ ৰ পিছত ইংলেণ্ডত এক গতানুগতিক শব্দ হৈ পৰিছিল |১৯১০লৈকে ব্ৰিটেইন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ্ত'[[ৰাসায়নিক অভিযন্তা]]'ৰ পেছা ইতিমধ্যে সাধাৰণ হৈ পৰিছিল |
 
A 1996 ''[[British Journal for the History of Science]]'' article cites James F. Donnelly for mentioning an 1839 reference to chemical engineering in relation to the production of [[sulfuric acid]].{{sfn|Cohen|1996|p=172}} In the same paper however, [[George E. Davis]], an [[United Kingdom|English]] consultant, was credited for having coined the term.{{sfn|Cohen|1996|p=174}} The ''History of Science in United States: An Encyclopedia'' puts this at around 1890.{{sfn|Reynolds|2001|p=176}} "Chemical engineering", describing the use of mechanical equipment in the chemical industry, became common vocabulary in [[England]] after 1850.{{sfn|Cohen|1996|p=186}} By 1910, the profession, "chemical engineer," was already in common use in Britain and the United States.{{sfn|Perkins|2003|p=20}}
 
==ইতিহাস==