২৮ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ১/ ১০১৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে জাৰ্মান সম্ৰাট তৃতীয় হেন...
(কোনো পাৰ্থক্য নাই)

11:42, 29 October 2014ৰ সংস্কৰণ

১/ ১০১৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে জাৰ্মান সম্ৰাট তৃতীয় হেনৰিৰ জন্ম হয় ।

২/ ১৬২৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰৰ মৃত্যু হয় ।

৩/ ১৮৬৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভগ্নী নিবেদিতাৰ আয়াৰলেণ্ডত জন্ম হয় ।

৪/ ১৮৬৭ চনৰ আজিৰ দিনটোতে ৰোমাণ্টিক কবি চন্দ্ৰ কুমাৰ আগৰৱালাৰ জন্ম হয় ।

৫/ ১৯২২ চনৰ আজিৰ দিনটোতে আলবেনিয়াৰ স্বাধীনতা ঘোষণা কৰা হয় ।

৬/ ১৯৫৫ চনৰ আজিৰ দিনটোতে মাইক্ৰছফট্ স্বতাধিকাৰী বিল গেটছৰ জন্ম হয় ।

৭/ ১৯৬০ চনৰ আজিৰ দিনটোতে শিল্পী যুগল দাসে অংকন কৰা অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন সভাই গ্ৰহণ কৰে ।

৮/ ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ বিৰুদ্ধে থকা আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে ।