২৩ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ১/ ১৬২৩ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে হিন্দী কবি তথা হিন্দী ৰামা...
(কোনো পাৰ্থক্য নাই)

11:54, 29 October 2014ৰ সংস্কৰণ

১/ ১৬২৩ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে হিন্দী কবি তথা হিন্দী ৰামায়ণৰ ৰচয়িতা তুলসী দাসৰ মৃত্যু হয় ।

২/ ১৯১৫ চনৰ আজিৰ দিনটোতে ৰাজনীতিবিদ , সাহিত্যিক লক্ষ্যধৰ চৌধুৰীৰ জন্ম হয় । তেখেতৰ ওপজা দিনটো অসমত " কিতাপৰ দিন " হিচাপে পালন কৰা হয়।

৩/ ১৯৩৯ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াৰ মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰয়ডৰ মৃত্যু হয় ।

৪/ ১৯৪০ চনৰ আজিৰ দিনটোতে ব্ৰাজিলৰ প্ৰসিদ্ধ ফুটবল খেলুৱৈ পেলেৰ জন্ম হয় ।

৫/ ১৯৪৩ চনৰ আজিৰ দিনটোতে আজাদ হিন্দ ফৌজৰ নাৰী বাহিনী " ঝান্সি ব্ৰিগেড " প্ৰতিষ্ঠা কৰা হয় ।

৬/ ১৯৭৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় ঔপন্যাসিক অৰবিন্দ আদিগাৰ জন্ম হয় ।

৭/ ১৯৮৬ চনৰ আজিৰ দিনটোতে সাহিত্যিক তীৰ্থনাথ শৰ্মাৰ মৃত্যু হয় ।

৮/১৯৮৫ চন আজিৰ দিনটোত ভোৰতাল আৰু ওজাপালি নৃত্যৰ অন্যতম ব্যক্তি নৰহৰি বুঢ়া ভকতৰ মৃত্যু হয়।

৯/১৯১৪ চনৰ আজিৰ দিনটোত কটন কলেজ প্ৰতিষ্ঠাৰ লগত জড়িত হেনৰী কটনৰ মৃত্যু হয়।